ETV Bharat / state

মাক্স নিপিন্ধাকৈ ৰাজহুৱা স্থানলৈ ওলাই অহা লোকৰ পৰা 25 হাজাৰ টকা জৰিমনা সংগ্ৰহ - জোনাই মহকুমা প্ৰশাসনেও মাস্ক

শুকুৰবাৰে জোনাই মহকুমা প্ৰশাসনৰ ৰোষত পৰে মাস্ক পৰিধান নকৰা বহু সংখ্যক লোক ৷ যি সকল লোকে মাস্ক পৰিধান নকৰাকৈ বাহিৰলৈ ওলাই আহিছিল সেই সকল লোকক ধৰি জৰিমণা বিহিছে জোনাই মহকুমা প্ৰশাসনে ৷

without mask ware pepole fine jonai  admanistrations
মাক্স নিপিন্ধাকৈ ৰাজহুৱা স্থানলৈ ওলাই অহা লোকৰ পৰা 25 হাজাৰ টকা জৰিমনা সংগ্ৰহ
author img

By

Published : Oct 16, 2020, 5:35 PM IST

জোনাই, ১৬ অক্টোবৰঃ মহামাৰী ক’ৰণা ভাইৰাছৰ আতংকৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছিল ৷ তাৰ ভিতৰত ৰাজহুুৱা স্থানত মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰিছিল ৰাজ্য চৰকাৰে ৷ তাৰ প্ৰতি লক্ষ্য ৰাখি জোনাই মহকুমা প্ৰশাসনেও মাস্ক পৰিধান কৰিবলৈ জোনাইবাসীক আহ্বান জনাই আহিছিল ৷

without mask ware pepole fine jonai  admanistrations
মাক্স নিপিন্ধাকৈ ৰাজহুৱা স্থানলৈ ওলাই অহা লোকৰ পৰা 25 হাজাৰ টকা জৰিমনা সংগ্ৰহ

জোনাইত অধিকাংশ লোকে মাস্ক পৰিধান নকৰাকৈ ঘৰৰ পৰা ওলাই অহা দেখা গৈছে ৷ শুকুৰবাৰে জোনাই মহকুমা প্ৰশাসনৰ ৰোষত পৰে মাস্ক পৰিধান নকৰা বহু সংখ্যক লোক ৷ যি সকল লোকে মাস্ক পৰিধান নকৰাকৈ বাহিৰলৈ ওলাই আহিছে, সেই সকল লোকক জৰিমণা বিহিছে জোনাই মহকুমা প্ৰশাসনে ৷ উল্লেখযোগ্য যে, শুকুৰবাৰৰ দিনটোত জোনাই মহকুমা প্ৰশাসনে 25 হাজাৰ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷

ইপিনে জোনাই মহকুমাত মাস্ক নিপিন্ধা লোকৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে জোনাই মহকুমা প্ৰশাসনে । ৰাজহুৱা স্থানত মাস্ক নিপিন্ধাকৈ ওলাই ঘুৰি ফুৰিলে কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ কথা সদৰি কৰে মহকুমা প্ৰশাসনে ৷ আনহাতে এই অভিযান অবিৰত ভাৱে চলি থাকিব বুলি জোনাই মহকুমা দণ্ডাধীশ প্ৰিতম কুমাৰ দাস আৰু জোনাই আৰক্ষী থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভীম কান্ত পেগুৱে জানিবলৈ দিয়ে।

লগতে পঢ়কঃ কৰিমগঞ্জত বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.