ETV Bharat / state

ধেমাজিত বিগত পাঁচ দিনে নিৰুদ্দেশ এজন ছাত্ৰ

author img

By

Published : Jun 3, 2021, 10:28 PM IST

বিগত পাঁচটা দিনে নিৰুদ্দেশ হৈ আছে চিমেন চাপৰিৰ গৌহৌমা নাৰ্জাৰী নামৰ এজন ছাত্ৰ ৷ মাগুৰমাৰী গাঁৱৰ বাসিন্দা ছাত্ৰজনৰ সন্ধান নাপাই এতিয়া পৰিয়ালৰ মাজত সৃষ্টি হৈছে হাহাকাৰ ৷ যুৱকজনৰ সন্ধান পালে পৰিয়ালৰ লোকক অৱগত কৰিবলৈ আহ্বান পিতৃৰ ৷

student-missing-in-dhemaji
ধেমাজিত বিগত পাঁচ দিনে নিৰুদ্দেশ এজন ছাত্ৰ

জোনাই, 3 জুন : বিগত পাঁচটা দিনে নিৰুদ্দেশ হৈ আছে ধেমাজি জিলা চিমেন চাপৰি কনিষ্ঠ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্র গৌহৌমা নাৰ্জাৰী ৷ মাগুৰমাৰী গাঁৱৰ বাসিন্দা ছাত্ৰজনৰ সন্ধান নাপাই এতিয়া পৰিয়ালৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে ৷

জানিব পৰা মতে, ২৮ মে'ত ঘৰত পিতৃ-মাতৃ নথকাৰ সময়তে সন্ধিয়া ঘৰৰ পৰা ওলাই যায় যুৱকজন । যাৰ পাচৰ পৰাই সন্ধানহীন হয় ছাত্ৰজন ৷ নিৰুদ্দেশ হোৱা যুৱকজনে ঘৰৰ পৰা যোৱাৰ সময়ত ৰঙা টি চাৰ্ট, ক’লা পেন্ট পৰিধান কৰি আছিল আৰু যুৱকজনে সকলো যাৱতীয় নথিপত্ৰ লগত লৈ গৈছে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে । কোনো সদায়শয় লোকে যুৱকজনৰ সন্ধান পালে পৰিয়ালৰ লোকক অৱগত কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক: কন্টেইনমেন্ট জ’নত আৱদ্ধ মহাৰাণী বাসীয়ে পোৱা নাই পৰ্যাপ্ত খাদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.