ETV Bharat / state

চাইকেল চলাই সজাগতা সৃষ্টিৰ চেষ্টা স্নেহাংকৰ চক্ৰৱৰ্তীৰ - আক্ৰমণ আৰু নিৰ্যাতন

সাংবাদিক সকলৰ ওপৰত বৃদ্ধি পোৱা আক্ৰমণ আৰু নিৰ্যাতনৰ বিৰুদ্ধে চাইকেল চলাই ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যেৰে ধেমাজিত উপস্থিত হয় সাংবাদিক স্নেহাংকৰ চক্ৰৱৰ্তী ৷

s_dmj_cycle _riding_on_social_security_of_working_journalists_img_as10021
চাইকেল চলাই সজাগতা সৃষ্টিৰ চেষ্টা স্নেহাংকৰ চক্ৰৱৰ্তীৰ
author img

By

Published : Nov 19, 2020, 9:05 PM IST

ধেমাজি,19 নৱেম্বৰ : ৰাজ্যত দিনে দিনে বাঢ়ি আহিছে সাংবাদিক নিগ্ৰহৰ ঘটনা ৷ সময়ে সময়ে এচামে সাংবাদিকক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ ইজনৰ পাছত সিজন সাংবাদিকক আক্ৰমণৰ পাছতে ৰাজ্যজুৰি আৰম্ভ হৈছে প্ৰতিবাদ ৷ তাৰ পাছতে দেশৰ সাংবাদিক সকলৰ ওপৰত বৃদ্ধি পোৱা আক্ৰমণ আৰু নিৰ্যাতনৰ বিৰুদ্ধে চাইকেল চলাই ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ চেষ্টা অব্যাহত ৰাখিছে সাংবাদিক স্নেহাংকৰ চক্ৰৱৰ্তীয়ে ৷

s_dmj_cycle _riding_on_social_security_of_working_journalists_img_as10021
চাইকেল চলাই সজাগতা সৃষ্টিৰ চেষ্টা স্নেহাংকৰ চক্ৰৱৰ্তীৰ

সেই উদ্দেশ্যৰে বিশ্বনাথ জিলাৰ পৰা বগীনদীলৈ যোৱা সাংবাদিক স্নেহাংকৰ চক্ৰৱৰ্তীয়ে শদিয়ালৈ যাত্ৰা কৰি পুনৰ চাইকেলেৰে প্ৰত্যাৱৰ্তন কৰিব বিশ্বনাথলৈ ৷ দৈনিক 150 কিলোমিটাৰ চাইকেল চলাব পৰা সাংবাদিকজনে মুঠ এহেজাৰ কিলোমিটাৰ পথ চলোৱা লক্ষ্য বান্ধি লোৱা বুলি মন্তব্য কৰে ৷ ১৭ নৱেম্বৰত যাত্ৰা আৰম্ভ কৰি বুধবাৰে নিশা ধেমাজিৰ গোগামুখত নিশা যাপন কৰাৰ পিছত আজি বৃহস্পতিবাৰে পুৱা ধেমাজি প্ৰেছ ক্লাবত সাংবাদিক গৰাকীক ধেমাজি প্ৰেছ ক্লাবৰ সদস্যসকলে আদৰণি জনায় ।

লগতে পঢ়ক:বিজেপিৰ লগত অগপই অসমৰ স্বাৰ্থ কেতিয়াও সুৰক্ষিত কৰিব নোৱাৰে : পুলকেশ বৰুৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.