ETV Bharat / state

সোমবাৰে পুৱতি নিশা ধেমাজি জিলা উপায়ুক্তৰ কাৰ্যালয়ত অগ্নিকাণ্ডৰ ঘটনা - নিৰাপত্তাৰক্ষীৰ কোঠাৰ কাষতে অগ্নিকাণ্ড

সোমবাৰে পুৱতি নিশা ধেমাজি জিলা উপায়ুক্তৰ কাৰ্যালয়ত এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় (Massive fire at Dhemaji DC Office) ৷ অগ্নিকাণ্ডত দুখনকৈ মটৰ চাইকেলসহ এখন চাইকেল ভস্মীভূত হয় ৷

short circuit causes fire at Dhemaji DC Office
ধেমাজি উপায়ুক্তৰ কাৰ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড
author img

By

Published : Sep 19, 2022, 10:30 PM IST

ধেমাজি, 19 ছেপ্টেম্বৰ: সোমবাৰে পুৱতি নিশা ধেমাজি জিলা উপায়ুক্তৰ কাৰ্যালয়ত সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা (Massive fire at Dhemaji DC Office) ৷ অগ্নিকাণ্ডত দুখনকৈ মটৰ চাইকেলসহ এখন চাইকেল ভস্মীভূত হয় ৷ লগতে জিলা উপায়ুক্তগৰাকীয়ে ব্যৱহাৰ কৰা বলেৰ’ বাহনখনো জুইৰ লেলিহান শিখাই আগুৰি ধৰাত বহু পৰিমাণে ক্ষতিগ্ৰস্ত হয় ৷

ইফালে অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত পলমকৈ উপস্থিত হোৱা জুই নিৰ্বাপন কৰিবলৈ নিৰাপত্তাৰক্ষীসকলে নিজেই প্ৰয়াস কৰিছিল যদিও বিধ্বংসী জুইয়ে নিমিষতে তিনিখন বাহনৰ লগে চাইকেলখন পুৰি ছাৰখাৰ কৰি পেলাইছিল (Fire broke out in Dhemaji) ৷

ধেমাজি উপায়ুক্তৰ কাৰ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড

শ্বট চাৰ্কিটৰ ফলতেই এই জুইৰ সূত্ৰপাত হোৱা বুলি কৰ্তব্যত থকা নিৰাপত্তাৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে (Short circuit causes fire in Dhemaji) ৷

লগতে পঢ়ক: অসমত পাঞ্জাৱৰ ট্ৰাক চালকক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.