ETV Bharat / state

ধেমাজিত পথ দুৰ্ঘটনা, নিহত 1

author img

By

Published : Feb 12, 2020, 4:00 AM IST

ধেমাজিত শোকাৱহ পথ দুৰ্ঘটনা ৷ ডাম্পাৰৰ খুন্দাত নিহত এজন লোক ৷

ধেমাজিত পথ দুৰ্ঘটনা, নিহত 1
ধেমাজিত পথ দুৰ্ঘটনা, নিহত 1

ধেমাজি, 12 ফ্ৰেব্ৰুৱাৰীঃ ধেমাজিত মঙলবাৰে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ ধেমাজিৰ তেলিজান তিনিআলিৰ 15 নং ৰাষ্ট্ৰীয় ঘাই পথত আবেলি সংঘটিত হয় এই পথ দুঘটনাটো ৷ ফলত থিতাতে নিহত হয় এজন চাইকেল আৰোহী ৷

ধেমাজিত শোকাৱহ পথ দুৰ্ঘটনা

AS 22C 4980 ৰ এখন ড্ৰাম্পাৰ খুন্দাত নিহত হোৱা লোক জন ধেমাজি নগৰৰ এৰাঢলৰ বাসিন্দা দীন দত্ত (৫৫) বুলি চিনাক্ত কৰা হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.