ETV Bharat / state

Silver jubilee of Jonai Press Club: জোনাই প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তী অনুষ্ঠান - জোনাই প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তী অনুষ্ঠান

২ মে'ত জোনাই প্ৰেছ ক্লাৱৰ ২৪ সংখ্যক প্রতিষ্ঠা দিৱস আৰু ৰূপালী জয়ন্তী শুভাৰম্ভণি অনুষ্ঠান । বিশিষ্ট নাগৰিক ৰাসেশ্বৰ পায়েঙলৈ প্ৰদান কৰা হয় জীৱনজোৰা সাধনা বটাঁ । ২৪ সংখ্যক প্রতিষ্ঠা দিৱস আৰু ৰূপালী জয়ন্তী শুভাৰম্ভণি অনুষ্ঠানৰ প্ৰস্তুতি তথা কাৰ্যসূচী সন্দৰ্ভত অনুষ্ঠিত কৰে এখন সভাৰ(Meeting regarding the silver jubilee celebrations of Jonai Press Club) ।

Meeting regarding the silver jubilee celebrations
জোনাই প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তী অনুষ্ঠান
author img

By

Published : Mar 24, 2023, 10:58 PM IST

জোনাই,২৪ মাৰ্চ: বৃহস্পতিবাৰে জোনাই কাৰ পাৰ্কিং প্লেচৰ ঙাচাৰচুক উকুমত অনুষ্ঠিত কৰা হয় জোনাই প্ৰেছ ক্লাৱৰ উদ্যোগত এখন সভাৰ । উক্ত সভাখনৰ সভাপতিত্ব কৰে জোনাই প্ৰেছক্লাৱৰ সভাপতি ৰয়েল পেগুৱে । জোনাই প্ৰেছ ক্লাৱৰ বিষয়ববীয়া আৰু সদস্য-সদস্যাসকল উপস্থিত থকা সভাখনত অহা ২ মে'ত জোনাই প্ৰেছ ক্লাৱৰ ২৪ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান আয়োজন কৰা সন্দৰ্ভত আলোচনা কৰা হয়(Meeting regarding the silver jubilee celebrations of Jonai Press Club) ।

উল্লেখযোগ্য যে অসমৰ উত্তৰ-পূব কোণৰ সীমান্তত অৱস্থিত জোনাই মহকুমাতো কেইজনমান উদীয়মান নির্ভীক সাংবাদিকৰ উদ্যোগত বিগত ১৯৯৯ চনৰ ২ মে'ত জন্মলাভ কৰিছিল জোনাই প্ৰেছ ক্লাৱে । জোনাই মহকুমাৰ বিভিন্ন ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সাংবাদিকসকলৰ একমাত্ৰ মঞ্চ হৈছে জোনাই প্ৰেছ ক্লাৱ । জোনাই প্ৰেছ ক্লাৱৰ সাংবাদিকসকলেও বহু সমস্যা আৰু প্ৰত্যাহ্বানৰ মাজেৰে নিৰ্ভীকতাৰে সংবাদ সেৱা আগবঢ়াই আহিছে(Silver Jubilee celebrations of Jonai Press Club) ।

২৫ টা বৰ্ষ অতিক্ৰম কৰি জোনাই প্ৰেছ ক্লাৱে অহা ২ মে'ত ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিব(Silver jubilee of Jonai Press Club) । বৃহস্পতিবাৰৰ সভাই জোনাই প্ৰেছ ক্লাৱৰ ২৪ সংখ্যক প্রতিষ্ঠা দিৱস আৰু ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানটি অহা ২ মে' ত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নিজা কার্যালয়ত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । তদুপৰি সভাই জোনাই প্ৰেছ ক্লাৱৰ ২৪ সংখ্যক প্রতিষ্ঠা দিৱস আৰু ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানটি উপলক্ষে গ্ৰন্থ প্ৰকাশৰ লগতে সমাজ জীৱনলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱাৰ বাবে বিশিষ্ট নাগৰিক ৰাসেশ্বৰ পায়েঙক জোনাই প্ৰেছ ক্লাৱৰ 'জীৱনজোৰা সাধনা বটাঁ' প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

উক্ত অনুষ্ঠানতে জোনাই প্ৰেছ ক্লাৱৰ 'শিক্ষক জৰ্জ পেগু সোঁৱৰণী কৃতী ছাত্ৰ বঁটা' প্ৰদান কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয় । মানপত্ৰ আৰু নগদ দহ হাজাৰ টকাৰ সৈতে প্ৰদান কৰিবলগা 'শিক্ষক জৰ্জ পেগু সোঁৱৰণী কৃতী ছাত্ৰ বঁটা'ৰ বাবে কৃতী ছাত্ৰ বাছনীৰ বাবে সাংবাদিক বিজয় বৰি, ভাস্কৰজ্যোতি টায়েং আৰু গৌতম পেগুকলৈ এক সমিতি গঠন কৰা হয় । ইফালে 'সাম্প্ৰতিক প্ৰেক্ষাপটত সংবাদ মাধ্যমৰ সামাজিক দায়বদ্ধতা' শীৰ্ষক বক্তৃতা অনুষ্ঠান লগতে জোনাই প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাৰ সৈতে জড়িত তথা বিশিষ্ট ব্যক্তিক বিশেষ সম্বৰ্ধনা জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

তদুপৰি সভাই জোনাই প্ৰেছ ক্লাৱৰ ২৪ সংখ্যক প্রতিষ্ঠা দিৱস আৰু ৰূপালী জয়ন্তী শুভাৰম্ভণি অনুষ্ঠানলৈ কেইবাগৰাকী বিশিষ্ট নাগৰিক, বিভিন্ন জাতীয় সংগঠনৰ প্ৰতিনিধি আৰু ছাত্ৰ-ছাত্ৰীক নিমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে । জোনাই প্ৰেছ ক্লাৱৰ ২৪ সংখ্যক প্রতিষ্ঠা দিৱস আৰু ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানটি সফল কৰি তোলাত সকলো শ্ৰেণীৰ ৰাইজৰ সহায়-সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে ।

লগতে পঢ়ক: Crime Free Village: 180 বছৰ গৰকা এখন অপৰাধমুক্ত গাঁও

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.