ETV Bharat / state

চৰকাৰে কেন্দ্ৰৰ পৰা আজুৰি আনক বানসাহায্য : গৰিমা গাৰ্গ

author img

By

Published : Jul 29, 2019, 1:47 PM IST

জোনাইত বানাক্ৰান্তৰ কাষত জুবিন ফেন ক্লাৱ আৰু কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনৰ স্বাস্থ্য শিবিৰ আৰু বান সাহায্য

চৰকাৰে কেন্দ্ৰৰ পৰা আজুৰি আনক বানসাহায্য-গৰিমা গাৰ্গ

জোনাই, ২৯ জুলাইঃ জুবিন গাৰ্গ ফেন ক্লাব আৰু কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনৰ উদ্যোগত জোনাই আৰু বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত বানাক্ৰান্ত ৰাইজৰ মাজত বান সাহাৰ্য্য প্ৰদানৰ লগতে চিকিৎসা শিবিৰৰ আয়োজন কৰা হয় | চিয়াং নদীৰ বানে বিধ্বস্ত কৰা জোনাইৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বেৰাচাপৰি অঞ্চলত উপস্থিত হয় জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ৷ গৰিমা গাৰ্গে বানপীড়িত ৰাইজৰ লগত মত বিনিময় কৰাৰ লগতে বানাক্ৰান্ত ৰাইজৰ মাজত সাহাৰ্য্য বিতৰণ কৰে| লগতে জুবিন ফেন ক্লাৱ আৰু কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনৰ উদ্যোগত তথা জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত বানে বিধ্বস্ত কৰা মালভোগ, ৰাভা কাঠনি, শান্তিপুৰ বেৰাচাপৰি অঞ্চল সমূহত উপস্থিত হৈ স্বাস্থ্য শিবিৰ আয়োজন কৰে ৷ লগতে মুঠ ৩১০ টা পৰিয়ালক চিৰা, আঠুৱা, কম্বল, মমবাতি, মিঠাতেল, চাবোন, পানীৰ বটল, কাপোৰ কানিকে আদি কৰি ঘৰুৱা বিভিন্ন প্ৰয়োজনীয় সামগ্ৰীৰো বিতৰণ কৰা হয় |

চৰকাৰে কেন্দ্ৰৰ পৰা আজুৰি আনক বানসাহায্য-গৰিমা গাৰ্গ

বান বিধ্বস্ত অঞ্চল সমূহ পৰিদৰ্শন কৰি গৰিমা গাৰ্গে কয় যে, শিল্পী সদায় ৰাইজৰ মাজত থাকিব, যিমান পাৰে ৰাইজক সহায় কৰি যাব কিন্তু অসমৰ বান সমস্যাৰ স্থায়ী সমাধান কেৱল চৰকাৰেহে কৰিব পাৰিব ৷ ইয়াৰ বাবে নিজৰ অধিকাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা আজুৰি আনিবলৈ দাবী জনায় গৰিমা গাৰ্গে | এই সামগ্ৰী বিতৰণত ছাত্ৰ নেতা তথা আছুৰ উপ সভাপতি চিত্তৰঞ্জন বসুমতাৰী, আছুৰ কাৰ্যনিৰ্বাহক সদস্য মন্টুৰাজ বৰুৱা, ধেমাজি জিলা আছুৰ সহকাৰী সাধাৰণ সম্পাদক দীপক বৰগোহাঁইৰ লগতে বহুকেইজন বিষয়ববীয়া উপস্থিত থাকি সহায় সহযোগিতা আগবঢ়ায়|

Intro:Body:জোনাইত জুবিন ফেন ক্লাৱ আৰু কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনৰ স্বাস্থ্য শিবিৰ আৰু বান সাহাৰ্য্য /চৰকাৰে কেন্দ্ৰৰ পৰা আজুৰি আনক বানসাৰ্হ্যয - গৰিমা গাৰ্গ

জোনাই ২৯ জুলাই

জুবিন গাৰ্গ ফেন ক্লাব আৰু কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচন  উদ্যোগত জোনাই আৰু বাহিৰ জোনাই আঞ্চলিক ছাত্র সন্থাৰ সহযোগত  বাহিৰ জোনাইৰ  বানাক্ৰান্ত ৰাইজৰ মাজত বান সাহাৰ্য্য আৰু চিকিৎসাৰ শিবিৰ প্ৰদান কৰে জুবিন ফেন ক্লাৱ আৰু কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনে| চিয়াং নদীৰ বানে বিধ্বস্ত কৰা জোনাইৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বেৰাচাপৰি অঞ্চলত উপস্থিত হয় জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে বানপীড়িত ৰাইজৰ লগত মত বিনিময় কৰাৰ লগতে বানাক্ৰান্ত ৰাইজৰ মাজত স্বাস্থ্য শিবিৰ আৰু সাহাৰ্য্য বিতৰণ কৰে| লগতে জুবিন ফেন ক্লাৱ আৰু কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনৰ উদ্যোগত তথা জোনাই জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত গৰিমা গাৰ্গৰ নেতৃত্বত জোনাই বানে বিধ্বস্ত কৰা মালভোগ, ৰাভা কাঠনি, শান্তিপুৰ বেৰাচাপৰি অঞ্চল সমূহত উপস্থিত হৈ স্বাস্থ্য শিবিৰ আয়োজন কৰি জুবিন ফেন ক্লাৱে আৰু কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনে মুঠ ৩১০ পৰিয়ালক চিৰা, আঠুৱা, কম্বল, মমবাতি, মিঠাতেল, চাবোন, পানীৰ বটল, কাপোৰ কানিকে আদি কৰি ঘৰুৱা বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী  বিতৰণ কৰে| জোনাই বানক্ৰান্ত ৰাইজৰ মাজত উপস্থিত হৈ বিধ্বস্ত অঞ্চল সমূহ পৰিদৰ্শন কৰি গৰিমা গাৰ্গে কয় শিল্পী সদায় ৰাইজৰ মাজত থাকিব, যিমান পাৰে ৰাইজক সহায় কৰি যাব কিন্তুু অসমৰ বান সমস্যাৰ স্থায়ী সমাধান কেৱল চৰকাৰে পাৰিব আৰু লাগিলে ইয়াৰ বাবে কেন্দ্ৰ চৰকাৰৰ পৰা আজুৰি আনিবলৈ দাবী জনায়| এই সামগ্ৰী বিতৰণত ছাত্ৰ নেতা আছু উপ সভাপতি চিত্তৰঞ্জন বসুমতাৰী, আছুৰ কাৰ্যনিৰ্বাহক সদস্য মন্টোৰাজ বৰুৱা, ধেমাজি জিলাৰ আছুৰ সহকাৰী সাধাৰণ সম্পাদক দীপক বৰগোহাঁই,  জোনাই  আৰু বাহিৰ জোনাই আঞ্চলিক ছাত্র সন্থাৰ , সভাপতি - সম্পাদকৰ লগতে সকলো বিষয়ববীয়া উপস্থিত থাকি সহায় সহযোগিতা আগবঢ়ায়|

কৰবী দলে জোনাই Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.