ETV Bharat / state

জোনাইত ১১ বজাৰ লগে লগে বন্ধ হ’ল দোকান-পোহাৰ - ক’ভিডৰ নীতি নিৰ্দেশনা

ৰাজ্য চৰকাৰে ক’ভিড পৰিস্থিতিৰ নিৰিক্ষণ কৰি তৃতীয় খন ক’ভিডৰ নীতি নিৰ্দেশনা জাৰি কৰিছে ৷ সেই নীতি নিৰ্দেশনা অনুসৰি দেওবাৰৰ পৰা দিনৰ 11 বজাৰ লগে লগে সকলো দোকান-পোহাৰ বন্ধ কৰাৰ লগতে দিনৰ 12 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন বলৱৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

জোনাইত ১১ বজাৰ লগে লগে বন্ধ হ’ল দোকান-পোহাৰ

author img

By

Published : May 16, 2021, 5:31 PM IST

জোনাই, ১৬ মে: দেশত এতিয়া ক’ৰণা মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ তাৰ সমান্তৰালভাৱে ৰাজ্যতো এতিয়া দিনক দিনে ক’ভিড পৰিস্থিতি জটিলৰ পৰা জটিলতাৰ দিশলৈ গতি কৰিছে ৷ চৰকাৰে এক প্ৰকাৰ আংশিক লক ডাউন দিয়াৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

তাৰমাজতে ৰাজ্য চৰকাৰে ক’ভিড পৰিস্থিতিৰ নিৰিক্ষণ কৰি তৃতীয় খন ক’ভিডৰ নীতি নিৰ্দেশনা জাৰি কৰিছে ৷ সেই নীতি নিৰ্দেশনা অনুসৰি দেওবাৰৰ পৰা দিনৰ 11 বজাৰ লগে লগে সকলো দোকান-পোহাৰ বন্ধ কৰাৰ লগতে দিনৰ 12 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন বলৱৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

উল্লেখযোগ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে জোনাইতো 11 বজাৰ লগে লগে সকলো দোকান-পোহাৰ, অনুষ্ঠান-প্ৰতিষ্ঠান স্বতস্ফুৰ্তভাৱে বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়কঃ নিশা আঢ়ৈ বজাত জিএমচিএইচত কিয় উপস্থিত হ'ল মুখ্যমন্ত্ৰী ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.