ধেমাজি,১৯জুলাই : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ধেমাজিতো সৃষ্টি হৈছে ভয়ংকৰ বান । এই বানৰ বাবে বানাক্ৰান্তসকলে সন্মুখীন হৈছে বহু সমস্যাৰ । অৱশ্যে ধেমাজিত সামান্য প্ৰকাৰৰ পানী কমিলেও বানাক্ৰান্তসকল বৰ্তমানেও দুৰ্ভোগত ভুগি আছে । জিলাখনৰ গোগামুখ ৰাজহচক্ৰৰ অধীনৰ বৰদৈবাম , চুতীয়া কাৰি , বৰদৈ কৈৱৰ্ত্ত , বেতনি হুলা , লক্ষীপথাৰ ৰতুৱা আদি ১৫ খনৰো অধিক গাঁৱৰ বানপীড়িত লোকে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ।
এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ বন্যাৰ্তৰ - গোগামুখ ৰাজহচক্ৰ
ৰাজ্যত বানে চলোৱা সন্ত্ৰাসৰ পাছতে এটুপি বিশুদ্ধ খোৱাপানীৰ অভাৱত ভুগিছে বানাক্ৰান্তসকল ।
এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ বন্যাতৰ
ধেমাজি,১৯জুলাই : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ধেমাজিতো সৃষ্টি হৈছে ভয়ংকৰ বান । এই বানৰ বাবে বানাক্ৰান্তসকলে সন্মুখীন হৈছে বহু সমস্যাৰ । অৱশ্যে ধেমাজিত সামান্য প্ৰকাৰৰ পানী কমিলেও বানাক্ৰান্তসকল বৰ্তমানেও দুৰ্ভোগত ভুগি আছে । জিলাখনৰ গোগামুখ ৰাজহচক্ৰৰ অধীনৰ বৰদৈবাম , চুতীয়া কাৰি , বৰদৈ কৈৱৰ্ত্ত , বেতনি হুলা , লক্ষীপথাৰ ৰতুৱা আদি ১৫ খনৰো অধিক গাঁৱৰ বানপীড়িত লোকে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ।
Intro:এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাঁকাৰ বন্যাত’ৰ ৷পানী কমিলেও নতুন বিপদৰ সন্মুখীন ৷অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত বানাক্ৰান্ত ৷ Body:এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাঁকাৰ বন্যাত’ৰ ৷
ধেমাজি , ১৯ জুলাই : পানী কমিলেও দু্ৰ্যোগে লগ এৰা নাই বন্যাত’ক ৷ সংহাৰী বানে ধুই নিয়াৰ পিছত এতিয়া আনুষংগিক নতুুুন বিপদে
দেখা দিছে বানাক্ৰান্তৰ সন্মুখত ৷ বিশেষকৈ খোৱা পানী, পশুধনৰ খাদ্য আৰু ৰোগৰ স্ংক্ৰমনক লৈ চিন্তিত হৈ পৰিছে বনাক্ৰান্তই ৷ ধেমাজি জিলাৰ গোগামুখ ৰাজহচক্ৰৰ অধীনৰ বৰদৈবাম , চুতীয়া কাৰি , বৰদৈ কৈৱৰ্ত্ত , বেতনি হুলা , লক্ষীপথাৰ ৰতুৱা আদি ১৫ খনৰো অধিক গাৱৰ বানপীড়িত লোকে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাঁকাৰ কৰিবলগীয়া হৈছে ৷ ঘৰৰ ভেটি ওলালেও চোতাল , শৌচাগাৰ , কুৱাঁ , টিউবেল ,গোহালি , ভৰালগৃহ , পথাৰ এতিয়াও পানীৰ তলতে আছে ৷ এতিয়া প্ৰখৰ ৰদ’ত বানপী ড়িত এলেকাত উদ্ভৱ হৈছে পুতি- গন্ধময় অস্বাস্থ্যকৰ পৰিৱেশ ৷ আনফালে বিশুদ্ধ খোৱাপানীৰ অভাৱত দুষিত পানীকে ফিল্টাৰ কৰি খোৱাৰ লগতে ঘৰুৱা অন্যান্য কামত বোকাময় দূষিত পানীকে ব্যৱহাৰ কৰিবলগীয়া হোৱাত ৰোগৰ সংক্ৰমন বৃদ্ধি হোৱাৰ স্পষ্ট হৈ পৰিছে ৷Conclusion:৷ আশ্চয’নক কথা যে
বিয়াগোম জনস্বাস্বাস্থ্য কাৰিকৰী বিভাগ টোৰ ভুমিকাও অতি লজ্জাজনক ৷ অঞ্চলবাসীয়ে বানৰ সৈতে এপষেক অতিক্ৰম কৰা সত্বেও আজিকোপতি এটু পি বিশুদ্ধ পানী যোগান ধৰিবলৈ সক্ষম হোৱা নাই বিভাগটোৱে ৷
। সেইদৰে স্বাস্থ্য বিভাগৰ পৰাও পোৱা কোনো সহাৰি নোপোৱা কথাও সদৰি কৰিলে বন্যাত’ই ৷
সেয়ে এতিয়া বানৰ পিছত এতিয়া আন এক ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হোৱা আশংকা কৰিছে বন্যাত’ই ৷
byte
PRADUNYA BHARALI . DHEMAJI ,ETV BHARAT , ASSAM ,19/7/2019