ETV Bharat / state

কৰ’ণা গ্ৰাসত ধেমাজিৰ একমাত্ৰ জৈৱিক ক্ষুদ্ৰ চাহ বাগিচা - othdox

ধেমাজি জিলাৰ ভিতৰতে একমাত্ৰ জৈৱিক চাহ বাগিচাখন হৈছে গোগামুখস্থিত নাহৰবাৰী কছাৰী গাৱঁৰ মহেশ্বৰী জৈবিক চাহ বাগিচা ৷ মাত্ৰ পঞ্চাশ বিঘা মাটিকালিৰে 1999 চনত স্থাপন হোৱা বাগিচাখন স্বত্বাধিকাৰী নৱ ডেকা বৰুৱাৰ পিতৃয়ে আৰম্ভ কৰিছিল ৷ বৰ্তমান এই চাহ বাগানখনেই উৎপাদন কৰি আহিছে বিশ্বৰ আটাইতকৈ সমাদৃত জৈৱিক চাহ ৷

dhemaji's only organic small tea garden effected in corona
কৰ’ণা গ্ৰাসত ধেমাজিৰ একমাত্ৰ জৈৱিক ক্ষুদ্ৰ চাহ বাগিচা
author img

By

Published : Jun 1, 2021, 8:11 PM IST

ধেমাজি, 1জুন : কৰ'ণাৰ কৰাল গ্ৰাসত ধেমাজিৰ একমাত্ৰ জৈৱিক ক্ষুদ্ৰ চাহ বাগিচা ৷ গোগামুখস্থিত নাহৰবাৰী কছাৰী গাৱঁৰ মহেশ্বৰী জৈৱিক চাহ বাগিচাখন মাত্ৰ পঞ্চাশ বিঘা মাটিকালিত 1999 চনতে চাহ বাগানখনৰ বৰ্তমানৰ স্বত্বাধিকাৰী নৱ ডেকা বৰুৱাৰ পিতৃয়ে আৰম্ভ কৰিছিল ৷ এই চাহ বাগানখনে বহু বছৰ ধৰি উৎপাদন কৰি আছে বিশ্বৰ সমাদৃত জৈৱিক চাহ ৷

কৰ’ণা গ্ৰাসত ধেমাজিৰ একমাত্ৰ জৈৱিক ক্ষুদ্ৰ চাহ বাগিচা

অসৱসৰপ্ৰাপ্ত প্ৰশাসনীয় বিষয়া তথা চাহবাগিচাখনৰ বৰ্তমানৰ স্বত্তাধিকাৰী নৱ ডেকা বৰুৱাই জনোৱা মতে, যোৰহাটস্থিত টোকোলাই গৱেষণাৰ পৰা বাগিচাখনৰ চাহত পলিফিনেল এন্টি অক্সিডেণ্ট (Polyphenal Antioxidants) ৰ পৰিমান 23.1% উপলব্ধ হোৱা বুলি প্ৰমানিত হোৱাৰ লগতে গ্ৰিন টি(green tea),ব্লেক টি(black tea) আৰু অথ’ডক্স (othdox) হিচাপে প্ৰস্তুত কৰা চাহত কেটাকিনৰ পৰিমানো সৰ্বাধিক থকা বুলি প্ৰমাণিত হোৱাৰ পিছত উদ্যমী চাহ খেতিয়কগৰাকী অতিশয় উৎসাহিত হৈ পৰে ৷

dhemaji's only organic small tea garden effected in corona
কৰ’ণা গ্ৰাসত ধেমাজিৰ একমাত্ৰ জৈৱিক ক্ষুদ্ৰ চাহ বাগিচা

উল্লেখ্য যে, বিশ্বত সমাদৃত পলিফিনেল যুক্ত জৈৱিক চাহ উৎপাদনকাৰী হিচাপে একমাত্ৰ এই ক্ষুদ্ৰ চাহ বাগানখনে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱাত স্বাভাৱিকতে উৎসাহিত হৈ পৰিছে চাহ খেতিয়কগৰাকী ৷ কিন্তু বিগত বছৰৰ পৰা কৰ'ণা মহামাৰীয়ে সমগ্ৰ বিশ্বতে সংহাৰ চলোৱাত বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে ক্ষুদ্ৰ চাহ বাগান ৷

যাৰ ফলত বাগিচাখনত কৰ্মৰত বহু স্থানীয় পুৰুষ-মহিলাৰ লগতে শিক্ষিত যুৱক নিৱনুৱা হৈ পৰিছে ৷ সেয়েহে খেতিয়ক গৰাকীয়ে নৱ গঠিত চৰকাৰক গুৱাহাটী দৰে চহৰত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে বিশেষ ষ্টল স্থাপন কৰি সঠিক বজাৰ ব্যৱস্থা কৰি দিয়ে ৷

লগতে পঢ়ক: 98 বছৰীয়া স্বাধীনতা সংগ্ৰামীয়ে পৰাস্ত কৰিলে ক'ভিডক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.