ETV Bharat / state

ডিব্ৰুগড়ত সন্ধানহীন ধেমাজিৰ ছাত্ৰ

author img

By

Published : May 7, 2019, 10:12 PM IST

ধেমাজি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত জামুগুৰি পাচঁ আলিৰ বোকাবিল গাঁৱৰ শিক্ষক বিপিন চন্দ্ৰ বৰা আৰু ৰুমী দত্ত বৰা পুত্ৰ ভাৰ্গৱজ্যোতি বৰা যোৱা 4 মে’ত  ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা চিকিৎসা অধ্যয়নৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ উদ্দেশ্য ছাত্ৰাবাসৰ পৰা ওলাই অহাৰ পিছতেই সন্ধানহীন হয় ডিব্ৰুগড় ছল্ট ব্ৰুক একাডেমীৰ পৰা উচ্চ মাধ্যমিকৰ বিজ্ঞান শাখাত চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰজন ৷

ডিব্ৰুগড়ত সন্ধানহীন ধেমাজিৰ ছাত্ৰ

ধেমাজি,7 মে : ডিব্ৰুগড়ৰ এটা ব্যক্তিগত ছাত্ৰাবাসৰ পৰা ধেমাজিৰ এজন ছাত্ৰ নিৰুদ্দেশ হোৱাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে । জানিব পৰা মতে ধেমাজি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত জামুগুৰি পাচঁ আলিৰ বোকাবিল গাঁৱৰ শিক্ষক বিপিন চন্দ্ৰ বৰা আৰু ৰুমী দত্ত বৰা পুত্ৰ ভাৰ্গৱজ্যোতি বৰা যোৱা 4 মে’ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা চিকিৎসা অধ্যয়নৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ উদ্দেশ্য ছাত্ৰাবাসৰ পৰা ওলাই অহাৰ পিছতেই সন্ধানহীন হয় ডিব্ৰুগড় ছল্ট ব্ৰুক একাডেমীৰ পৰা উচ্চ মাধ্যমিকৰ বিজ্ঞান শাখাত চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰজন ৷ 4 মে’ 3 বজাত শেষবাৰৰ বাবে মাতৃৰ সৈতে ম’বাইলৰ সৈতে যোগাযোগ হৈছিল আৰু কিছু সময়ৰ পিছতেই ম’বাইল চুইচ অফ হৈ যায় ফলত অতিশয় চিন্তিত হৈ পৰা পৰিয়ালৰ লোক ৷ ইতিমধ্যে ডিব্ৰুগড়ৰ গাভৰু আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও অদ্যাপি ছাত্ৰজনৰ কোনো শুংসূত্ৰ পোৱা নাই ।

ডিব্ৰুগড়ত সন্ধানহীন ধেমাজিৰ ছাত্ৰ

আৰু পঢ়ক: মৰিগাঁৱত পবিত্ৰ ৰমজানৰ এমহীয়া ব্ৰত পালন আৰম্ভ

ছাত্ৰজনৰ কোনোৱে সন্ধান পালে 9613493566 নম্বৰৰ সৈতে যোগাযোগ কৰিবলৈ পৰিয়ালৰলোকে অনুৰোধ জনায় ৷

Intro:ডিব্ৰুগড়ত সন্ধানহীন ধেমাজিৰ ছাত্ৰ

Body:ধেমাজি , 7, মে : ডিব্রুগড়ৰ এটা ব্যক্তিগত ছাত্রাবাসৰ পৰা ধেমাজিৰ এজন ছাত্ৰ নিৰুদ্দেশ হোৱাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে । জানিব পৰা মতে ধেমাজি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত জামুগুৰি পাচঁ আলিৰ বোকাবিল গাঁৱৰ শিক্ষক বিপিন চন্দ্ৰ বৰা আৰু ৰুমী দত্ত বৰা পুত্ৰ ভাৰ্গৱজ্যোতি বৰা যোৱা 4 মে ডিব্ৰুগড় বিশ্ব বিদ্যালয়ত অনুষ্ঠিত হোৱা চিকিৎসা অধ্যয়নৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ উদ্দেশ্য ছাত্রাবাসৰ পৰা ওলাই অহাৰ পিছতে ই সন্ধানহীন হয় ডিব্ৰুগড় ছল্ট ব্ৰুক একাডেমীৰ পৰা উচ্চ মাধ্যমিকৰ বিজ্ঞান শাখাত চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্রজন 4 মে 3 বজাত শেষবাৰৰ বাবে মাতৃৰ সৈতে মবাইলৰ সৈতে যোগাযোগ হৈছিল । আৰু কিছু সময়ৰ পিছতেই মবাইল চুইচ অফ হৈ যায়

ফলত অতিশয় চিন্তিত হৈ পৰা পৰিয়ালৰ লোকে ইতিমধ্যে ডিব্ৰুগড়ৰ গাভৰু আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও অদ্যাপি ছাত্রজনৰ কোনো শুং সূত্ৰ পোৱা নাই ।

সেয়ে ছাত্রজনৰ কোনোৱে সন্ধান পালে 9613493566 নম্বৰৰ সৈতে যোগাযোগ কৰিবলৈ পৰিয়ালৰলোকে অনুৰোধ জনাইছে ।

byte.....1...&..2..Father. &

.mother

Pradunya Bharali , Dhemaji , Assam.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.