ETV Bharat / state

ধেমাজিত এখন দলঙেৰে বিপদ সংকুল যাত্ৰা ৰাইজৰ - ধেমাজি

পৰিবৰ্তনৰ শ্ল'গানে ঢুকি নোপোৱা পশ্চিম ধেমাজিৰ ঘুগুহা অঞ্চলৰ এটা পথ ৷ পথটোৰ ধোবাবাৰী গাঁৱৰ কেছুখনা জানৰ ওপৰত থকা সুউচ্চ পকী দলং বৰ্তমানো বিভাগীয় বিষয়া, ঠিকাদাৰৰ কৃপাত সম্পূৰ্ণ নহ'ল ৷ যাৰ বাবে যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভুগিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে ৷

ধেমাজিত এখন দলঙেৰে বিপদ সংকুল যাত্ৰা ৰাইজৰ
author img

By

Published : Sep 5, 2019, 12:45 AM IST

ধেমাজি, ৪ চেপ্তেম্বৰঃ চৰকাৰী আঁচনি অথবা চৰকাৰী বিষয়া কৰ্মচাৰীৰ চকুত নপৰা এটা বিশেষ অঞ্চল৷ য'ত গুৰুত্বপূৰ্ণ গ্ৰাম্য পথ বৰ্তমানো নিৰ্মাণ সম্পূৰ্ণ নহ'ল ৷ এই গুৰুত্বপূৰ্ণ পথটো হ'ল পশ্চিম ধেমাজি ঘুগুহা পঞ্চায়তৰ অন্তৰ্গত মৰমী আৰু ধোবাবাৰী অঞ্চল সংযোগী পথ ৷ উল্লেখ্য যে পথটোৰ ধোবাবাৰী গাঁৱৰ কেছুখনা জানৰ ওপৰত থকা সুউচ্চ পকী দলং বৰ্তমানো বিভাগীয় বিষয়া, ঠিকাদাৰৰ কৃপাত সম্পূৰ্ণ নহ'ল ৷ যাৰ বাবে যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভুগিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে ৷ আনহাতে এই অসম্পূৰ্ণ দলঙৰ ওপৰেৰে দৈনিক বিপদ সংকুল যাতায়ত কৰিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰী ৷ স্থানীয় ৰাইজে জনোৱা মতে ১০ বছৰ ধৰি অঞ্চলটো ৰাইজে এইদৰেই যাতায়ত কৰি আহিছে । স্থানীয় ৰাইজে শীঘ্ৰে পথটো দলঙৰ সৈতে সংলগ্ন কৰি যাতায়ত সুচল কৰিবলৈ সংশ্লিষ্ট বিভাগক দাবী জনাইছে ৷

Intro:পৰিবত’নৰ শ্লগানে ঢুকি নোপোৱা পশ্চিম ধেমাজি ৰ ঘুগুহা অঞ্চলৰ এটা পথ ৷Body:
     ধেমাজি , ৪ চেপ্তেম্বৰ : কেন্দ্ৰৰ আৰু ৰাজ্যৰ বিজেপি নেতৃত্বা ধীন চৰকাৰে চুকে কোনে উন্নয়ন হেছে বু লি ঢাক ঢোল বজাই আহিছে যদিও কাৰ্যত সকলো অসাৰ হিচাপে প্ৰতিপন্ন হৈছে ৷কাৰণ বানে জুৰুলা কৰা পশ্চিম ধেমাজিৰ ঘুগুহা পঞ্চায়তৰ এটা গুৰুত্বপূৰ্ণ গ্ৰাম্য পথ আজিও নিৰ্মাণ সম্পূৰ্ণ নহল ৷ কাৰণ নামতহে আছে এখন পকী দলং ৷দলঙৰ এটা মুৰ বছৰ বছৰ ধৰি নিমা’ন নোহোৱাৰ ফলত যাতায়তত জীয়াতু ভুগিবলগীয়া হৈছে অঞ্চলৰ ৰাইজ ৷ বিপদসংকুলভাৱে অহা যোৱা কৰিবলগীয়া হৈছে ছাত্ৰছাত্ৰী ৷ সাৱধানতা অৱলম্বন নকৰিলে যিকোনো মুহুততে পথচাৰী অথবা যিকোনো বাহনৰ আৰোদী দ খাৱৈত পৰিবগৈ পাৰে ৷
        এই গুৰুত্বপূৰ্ণ পথটো হ'ল পশ্চিম ধেমাজি ঘুগুহা পঞ্চায়তৰ অন্তৰ্গত মৰমী আৰু ধোবাবাৰী অঞ্চলৰ সংযোগী পথ ৷ পথটোৰ ধোবাবাৰী গাঁৱৰ কেছুখনা জানৰ ওপৰত থকা সুউচ্চ পকী দলং মুৰত আজিও সংযোগ স্থাপন নহল ৰহস্যজনক কাৰনত ৷ স্থানীয় ৰাইজে জনোৱা মতে ১০বছৰ ধৰি অঞ্চলটো ৰাইজে এইদৰেই যাতায়ত কৰি আহিছে।Conclusion:
সকলোতে পৰিবত’ন কামী চৰকাৰৰ জনপ্ৰতিনিধি থকা সত্বেও আজিকোপতি সুচল নহল যাতায়ত ৷স্বৰূপাৰ্থত , স্পৰ্শ নকৰিলে উন্নয়ন আৰু পৰিবত’নৰ শ্লগানে ৷ স্থানীয় ৰাইজে শীঘ্ৰে পথটো দলংৰ সৈতে সংলগ্ন কৰি যাতায়ত সুচল কৰিবলৈ সংশ্লিষ্ট বিভাগক দাবী জনাইছে ৷

byte.::: 1,+2.

Pradunya Bharali , Dhemaji .Assam. 4/9/2019

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.