ETV Bharat / state

Anti Drugs Mission in Dhemaji : ড্ৰাগছৰ গ্ৰাসত ধেমাজি; ড্ৰাগছ আসক্ত যুৱকৰ লগতে আটক ব্যৱসায়ী

author img

By

Published : Nov 5, 2022, 6:49 AM IST

ধেমাজিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান ৷ অভিযানত আটক ড্ৰাগছ ব্যৱসায়ীৰ লগতে আসক্ত যুৱক (Anti Drugs Mission in Dhemaji)৷

Anti Drugs Mission in Dhemaji
ড্ৰাগছৰ গ্ৰাসত ধেমাজি, ড্ৰাগছ আসক্ত যুৱকৰ লগতে আটক ব্যৱসায়ী
  • ধেমাজি নগৰত গঢ় লৈ উঠিছে ড্ৰাগছৰ সাম্ৰাজ্য (Drugs in Dhemaji)
  • ইয়াৰ বিৰুদ্ধে নগৰখনত আৰক্ষীৰ অভিযান
  • অভিযানত আটক মৃন্ময় বৰগোঁহাই নামৰ এটা ড্ৰাগছ ব্যৱসায়ী (Drugs peddler arrested in Dhemaji)
  • ব্যৱসায়ীটোৰ পৰা জব্দ চিৰিঞ্জ, কন্টেইনাৰ আৰু ড্ৰাগছ
  • অভিযানৰ সময়ত আৰক্ষীয়ে আটক কৰিলে এজন ড্ৰাগছ আসক্ত যুৱককো (Drugs addicted youth Dhemaji)
  • উল্লেখ্য যে, কেইদিনমান পূৰ্বে ড্ৰাগছ আসক্ত যুৱকক খেদিবলৈ এজন ব্যক্তিয়ে কৰিছিল গুলীচালনা
  • অনুজ্ঞাপত্ৰ থকা পিষ্টলেৰে কৰা গুলীচালনাৰ পাচতে নগৰখনত অধিক সক্ৰিয় হৈ পৰিছিল আৰক্ষীৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.