ধেমাজি, 16 চেপ্তেম্বৰঃ জীয়াঢলৰ বাঢ়নী পানীৰ ফলত পুনৰ ক্ষতিগ্ৰস্ত ৰেলপথ ৷ ব্যাহত ৰেল সেৱা ৷ জীয়াঢলৰ বাঢ়নী পানী ৰেলপথ বহি যোৱাৰ ফলত সোমবাৰে সন্ধিয়াৰ পৰা ধেমাজিৰ পৰা গুৱাহাটীৰ অভিমুখী সকলো উজনি-নামনি ৰেল বাতিল কৰিছে ৰেল কৰ্তৃপক্ষই ৷ ইতিমধ্যে মুকংচেলেকৰ পৰা ডেকাৰগাঁও অভিমুখী যাত্ৰীবাহী ৰেলখন ধেমাজি ৰেল ষ্টেচনৰ পৰা পুনৰ মুকংচেলেকলৈ উভোতাই পঠাইছে ৰেল কৰ্তৃপক্ষই ৷ যাৰ ফলত হাৰাশাস্তি সন্মুখীন হ'বলগীয়া হৈছে ৰেল যাত্ৰী ৷ আনহাতে, ৰেলপথটো সুচল নোহোৱা পৰ্যন্ত ৰেল সেৱা ব্যাহত থাকিব বুলি অৱগত কৰিলে ধেমাজি ৰেলৱে কতৃপক্ষই ৷
জীয়াঢলৰ বাঢ়নী পানীত ব্যাহত ৰেল সেৱা - ব্যাহত ৰেল সেৱা
ইতিমধ্যে মুকংচেলেকৰ পৰা ডেকাৰগাঁও অভিমুখী যাত্ৰীবাহী ৰেলখন ধেমাজি ৰেল ষ্টেচনৰ পৰা পুনৰ মুকংচেলেকলৈ উভোতাই পঠাইছে ৰেল কৰ্তৃপক্ষই
ধেমাজি, 16 চেপ্তেম্বৰঃ জীয়াঢলৰ বাঢ়নী পানীৰ ফলত পুনৰ ক্ষতিগ্ৰস্ত ৰেলপথ ৷ ব্যাহত ৰেল সেৱা ৷ জীয়াঢলৰ বাঢ়নী পানী ৰেলপথ বহি যোৱাৰ ফলত সোমবাৰে সন্ধিয়াৰ পৰা ধেমাজিৰ পৰা গুৱাহাটীৰ অভিমুখী সকলো উজনি-নামনি ৰেল বাতিল কৰিছে ৰেল কৰ্তৃপক্ষই ৷ ইতিমধ্যে মুকংচেলেকৰ পৰা ডেকাৰগাঁও অভিমুখী যাত্ৰীবাহী ৰেলখন ধেমাজি ৰেল ষ্টেচনৰ পৰা পুনৰ মুকংচেলেকলৈ উভোতাই পঠাইছে ৰেল কৰ্তৃপক্ষই ৷ যাৰ ফলত হাৰাশাস্তি সন্মুখীন হ'বলগীয়া হৈছে ৰেল যাত্ৰী ৷ আনহাতে, ৰেলপথটো সুচল নোহোৱা পৰ্যন্ত ৰেল সেৱা ব্যাহত থাকিব বুলি অৱগত কৰিলে ধেমাজি ৰেলৱে কতৃপক্ষই ৷
Body:Breaking : জীয়াধলৰ ভদীয়া বানৰ কবলত পুনৰ ধেমাজিৰ জীয়াঢলৰ বিস্তীৰ্ণ অঞ্চল ৷
# জীয়াঢলৰ বাঢ়নী পানীৰ ফলত পুনৰ ক্ষতিগ্ৰস্ত ৰেলপথ ৷ব্যাহত ৰেল সেৱা ৷
# পানীৰ বাবে ৰেলপথ বহি যোৱাৰ ফলত সোমবাৰে সন্ধিয়াৰ পৰা ধেমাজিৰ পৰা গুৱাহাটীৰ অভিমুখী সকলো উজনি - নামনি ৰেল বাতিল কৰিছে ৰেল কতৃপক্ষই ৷
# ইতিমধ্যে মুকংচেলেক ৰ পৰা ডেকাৰগাওঁ অভিমুখী যাত্ৰীবাহী ৰেলখন ধেমাজি ৰেল স্টেচনৰ পৰা পুনৰ মুকংচেলেকলৈ উভোতাই পঠাওৱা হৈছে ৷
ফলত হাৰা শাস্তি সন্মুখীন হবলগীয়া হৈছে ৰেল যাত্ৰী ৷
# ৰেলপথটো সুচল নোহোৱা পয’ন্ত ৰেল সেৱা ব্যাহত থাকিব বুলি অৱগত কৰিলে ধেমাজি ৰেলৱে কতৃপক্ষই ৷
pradunya Bharali , Dhemaji , Assam , 16/9/2019Conclusion: