ETV Bharat / state

ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ধেমাজি গ্ৰন্থ উৎসৱ-২০২১

author img

By

Published : Dec 29, 2020, 6:39 AM IST

ধেমাজিবাসীক গ্ৰন্থৰ সোৱাদ দিয়াৰ উদ্দেশ্যে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'ব ধেমাজি গ্ৰন্থ উৎসৱ-২০২১ ৷ এই সন্দৰ্ভত সোমবাৰে ধেমাজি DRDA সভাকক্ষত এখন আলোচনা সভা অনুষ্ঠিত হয় ৷ ধেমাজিৰ ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশত সহায় হোৱাকৈ ইয়াৰ পূৰ্বেও 2018 চনত অনুষ্ঠিত হৈছিল ধেমাজি গ্ৰন্থ উৎসৱ ৷

dhemaji aasu book fair meeting
সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'ব ধেমাজি গ্ৰন্থ উৎসৱ-২০২১

ধেমাজি,29 ডিচেম্বৰ: সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'ব ধেমাজি গ্ৰন্থ উৎসৱ-২০২১ ৷ ধেমাজি জিলা ছাত্ৰ সন্থাৰ দ্বাৰা ধেমাজিৰ ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশত সহায় কৰাৰ লগতে ধেমাজিবাসীক গ্ৰন্থৰ সোৱাদ দিয়াৰ উদ্দেশ্যে এইবেলিও ধেমাজি গ্ৰন্থ উৎসৱ ২০২১ আয়োজন কৰিব বিচাৰিছে ধেমাজি জিলা ছাত্ৰ সন্থাই ৷

ধেমাজি গ্ৰন্থ উৎসৱ ২০২১ আয়োজন কৰা সন্দৰ্ভত সোমবাৰে ধেমাজি DRDA সভাকক্ষত এখন আলোচনা সভা অনুষ্ঠিত কৰে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই ৷ সভাখনত জিলা ছাত্ৰ সন্থাৰ ৱিষয় ববীয়াৰ লগতে বহুকেইগৰাকী বিশিষ্ট শিক্ষাবিদ,সাহিত্যিক আৰু গণ্য মান্য ব্যক্তি উপস্থিত থাকি বক্তব্য আগবঢ়াই ৷ ইয়াৰ পূৰ্বেও 2018 চনত ধেমাজি গ্ৰন্থ উৎসৱ অনুষ্ঠিত হৈছিল ৷

লগতে পঢ়ক: উৎকন্ঠাৰ অৱসানঃ মঙলবাৰে গেৰুৱা মন্ত্ৰৰ দীক্ষা ল'ব অজন্তা-ৰাজদ্বীপে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.