দৰং, ৪ মে': লকডাউনৰ মাজতেই সোমবাৰে মংলদৈত উদ্ধাৰ অচিনাক্ত মৃতদেহ । মংলদৈ সদৰ থানাৰ পৰা মাত্ৰ ৩০০ মিটাৰ নিলগৰ কছাৰী মৈয়দানৰ সমীপৰ গড়কাপ্তানী গৃহ বিভাগৰ অঞ্চলত উদ্ধাৰ হয় মৃতদেহটো ।
ঘটনা সন্দৰ্ভত প্ৰত্যক্ষদৰ্শীয়ে আৰক্ষীক খবৰ দিয়াৰ পাচতে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰে প্ৰাথমিক তদন্ত । আনহাতে, বৰ্তমান পৰ্যন্ত চিনাক্ত হোৱা নাই উদ্ধাৰ হোৱা মৃতদেহটো ।