ETV Bharat / state

উন্নয়নৰ স্বাৰ্থত বান্ধৰ প্ৰয়োজনীয়তা আছে: প্ৰদান বৰুৱা - etv bharat

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ প্ৰসংগত নামনি জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰি উন্নয়নৰ স্বাৰ্থত এই বান্ধৰ প্ৰয়োজনীয়তা আছে বুলি মন্তব্য প্ৰদান বৰুৱাৰ ৷

উন্নয়নৰ স্বাৰ্থত বান্ধৰ প্ৰয়োজনীয়তা আছে: প্ৰদান বৰুৱা
author img

By

Published : May 24, 2019, 12:09 AM IST

ধেমাজি, 23 মে': ১৪ নং লক্ষীমপুৰ লোকসভাৰ সমষ্টিৰ বিজয়ী প্ৰাৰ্থী প্ৰদান বৰুৱাক গৃহ সমষ্টি ধেমাজিত উষ্ম আদৰণি দলীয় কৰ্মীৰ ৷ প্ৰথমে ধেমাজি তিনি আলীৰ বিজেপি কাৰ্যালয়ৰ সন্মূখত গামোচা পিন্ধাই আদৰণি জনোৱাৰ পিচত নিজ বাসগৃহত ফটকা ফুটাই বিপুল আদৰণি জনোৱা হয় প্ৰাৰ্থীগৰাকীক ৷

উন্নয়নৰ স্বাৰ্থত বান্ধৰ প্ৰয়োজনীয়তা আছে: প্ৰদান বৰুৱা

বিজয়ী হৈ উল্লাসিত হৈ পৰা প্ৰাৰ্থীগৰাকীয়ে সমষ্টিটোৰ বানপানী স্থায়ী সমস্যা সমাধানৰ লগতে নিবনুৱা সমস্যা সমাধান , অৰ্থ সামাজিক উন্নয়নত গুৰুত্ব আৰোপ কৰিব বুলি সদৰি কৰে ৷ তদুপৰি, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ প্ৰসংগত নামনি জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰি উন্নয়নৰ স্বাৰ্থত এই বান্ধৰ প্ৰয়োজনীয়তা আছে বুলি মন্তব্য প্ৰকাশ কৰে প্ৰদান বৰুৱাই ৷

Intro:ধেমাজি ত উষ্ম আদৰণি প্ৰদান বৰুৱাক

Body:ধেমাজি , 23 ,মে : ১৪ নং লক্ষীমপুৰ লোকসভাৰ সমষ্টিৰ বিজয়ী প্ৰাৰ্থী প্ৰদান বৰুৱাক গৃহ সমষ্টি ধেমাজিত উষ্ম আদৰণি জনাই দলীয় - কৰ্মীয়ে । প্ৰথমে ধেমাজি তিনি আলিৰ বিজেপি কাৰ্যাল ৰ সন্মুখত গামোচা পিন্ধাই আদৰণি জনোৱা পিছতহে নিজৰ বাসগৃহ ত ফটকা ফুটাই বিপুল আদৰনি জনাই । নিজৰ আদৰৰ প্ৰাৰ্থীগৰাকীৰ সৈতে চেলফি ললে বহু কৰ্মীয়ে ।

ইপিনে বিজয়ী হৈ উল্লাসিত হৈ পৰা প্ৰাৰ্থীগৰাকীয়ে সমষ্টিটোৰ বানপানী স্থায়ী সমস্যা সমাধানৰ বাবে , নিবনুৱা সমস্যা সমাধান , আৰ্থ সামাজিক উন্নয়নত গুৰুত্ব আৰোপ কৰিব বুলি সদৰি কৰে ।

তদুপৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ প্ৰসংগত কয় যে নামনি জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰি উন্নয়নৰ স্বাৰ্থতে এই বান্ধৰ প্ৰয়োজনীয়তা আছে বুলি মন্তব্য কৰে প্ৰদান বৰুৱাই ।

byte...

Pradunya Bharali , Dhemaji , Assam , 23/5/2019

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.