ধেমাজি , ২৩ জানুৱাৰী : বৃহস্পতিবাৰে CAA বিৰোধিতাৰে ধেমাজিত কংগ্ৰেছৰ বিশাল জোঁৰ সমদল ৷ অস্তিত্ব জনজাগৰণ যাত্ৰাত প্ৰথমে ধেমাজি গ্ৰামোন্নয়ণ অভিকৰণ কাৰ্যালয়ত বিশাল সভা আয়োজিত কৰে কংগ্ৰেছৰ নেতা কৰ্মীসকলে৷ তাৰ পাচতে নিশা ধেমাজিৰ নগৰৰ মাজমজিয়াৰে বিশাল জোঁৰৰ সমদল উলিয়াই প্ৰতিবাদকাৰীসকলে ৷ ধেমাজি কংগ্ৰেছ কাৰ্যালয়ৰ ইন্দিৰা ভৱনৰ পৰা জোঁৰ সমদল বাহিৰ কৰি চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে ৰাজপথ৷ প্ৰতিবাদী জোঁৰ সমদলত ৰিপুন বৰাকে ধৰি কংগ্ৰেছৰ অন্যান্য বিষয়ববীয়া অংশগ্ৰহণ কৰে৷
CAA বিৰোধিতাৰে ধেমাজিত কংগ্ৰেছৰ বিশাল জোঁৰ সমদল - CAA protest at dhemaji
ধেমাজিত বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতাৰে বিশাল জোঁৰ সমদল ৷
ধেমাজি , ২৩ জানুৱাৰী : বৃহস্পতিবাৰে CAA বিৰোধিতাৰে ধেমাজিত কংগ্ৰেছৰ বিশাল জোঁৰ সমদল ৷ অস্তিত্ব জনজাগৰণ যাত্ৰাত প্ৰথমে ধেমাজি গ্ৰামোন্নয়ণ অভিকৰণ কাৰ্যালয়ত বিশাল সভা আয়োজিত কৰে কংগ্ৰেছৰ নেতা কৰ্মীসকলে৷ তাৰ পাচতে নিশা ধেমাজিৰ নগৰৰ মাজমজিয়াৰে বিশাল জোঁৰৰ সমদল উলিয়াই প্ৰতিবাদকাৰীসকলে ৷ ধেমাজি কংগ্ৰেছ কাৰ্যালয়ৰ ইন্দিৰা ভৱনৰ পৰা জোঁৰ সমদল বাহিৰ কৰি চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে ৰাজপথ৷ প্ৰতিবাদী জোঁৰ সমদলত ৰিপুন বৰাকে ধৰি কংগ্ৰেছৰ অন্যান্য বিষয়ববীয়া অংশগ্ৰহণ কৰে৷
Body:
ধেমাজি , ২৩ জানুৱাৰী : কাৰ বিৰোধিতাৰে ধেমাজিত কংগ্ৰেছে বিশাল জোঁৰ সমদলে কপালে ধেমাজিৰ ৰাজপথ ৷ অস্তিত্ব জনজাগৰণ যাত্ৰা ত বৃহস্পতিবাৰে প্ৰথমে ধেমাজি গ্ৰামোন্নয়ন অভিকৰন কাযালয়ত বিশাল সভা অায়োজিত কৰাৰ পিছতে নিশা ধেমাজিৰ নগৰত উলিয়া ই বিশাল জো"ৰ সমদল ৷ ধেমাজি কংগ্ৰেছ কাযালয়ৰ ইন্দিৰা ভৱনৰ পৰা জো"ৰ সমদল বাহিৰ কৰি চৰকাৰ বিৰোধী শ্লগানেৰে উত্তাল কৰি তোলে ৷ প্ৰতিবাদী জোঁৰ সমদলত ৰিপুন বৰাকে ধৰি কংগ্ৰেছ ৰ অন্যান্য বিষয় ববীয়াসকলে অংশগ্ৰহণ কৰে ৷
pradunya Bharali , Dhemaji ,assam . 23/1/2020Conclusion:
TAGGED:
CAA protest at dhemaji