জোনাই,30 জানুৱাৰী: বিজেপিত যোগদানৰ বাবে প্ৰস্তুত বিধায়ক ভুৱন পেগু ৷ শনিবাৰে জোনাই মহকুমাত ভূমি অৱন্টন তথা মাটিৰ পট্টা প্ৰদান অনুষ্ঠানত উপস্থিত হৈ এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে গণশক্তি দলৰ বিধায়ক গৰাকীয়ে ৷ ইতিমধ্যে গণশক্তি দল ত্যাগ কৰি বিজেপি দলৰ হৈ আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দীতা আগবঢ়োৱাৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি সমাপ্ত হোৱা বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে বিধায়ক ভুৱন পেগুৱে ৷
লগতে পঢ়ক-কলিয়াবৰত ক্ৰিকেট খেলুৱৈ ৰূপত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা