ETV Bharat / state

ঢকুৱাখনাত পানীত ডুবিছে দলংঃ গঞাৰ বিপদসংকুল যাত্ৰা - pwd

চৈগুৰি - গোৱালগাঁও সংযোগী গড়কাপ্তানি মূল পথটোৰ ওপৰত থকা বাঁহৰ দলংখনো এতিয়া পানীৰ তলত ৷ যাৰ বাবে সম্পূৰ্ণ পানীত ডুব যোৱা দলঙৰ ওপৰেদি প্ৰাণ হাতত লৈ বিপদসংকুল যাত্ৰা কৰিছে তিনি-চাৰিখন গাঁৱৰ ৰাইজে ৷

বুৰ যোৱা দলংৰ ওপৰেদি বিপদসংকুল যাত্ৰা গঞাৰ
author img

By

Published : Jul 17, 2019, 6:27 PM IST

ঢকুৱাখনা, 17 জুলাইঃ বানে ধুই নিয়া ঢকুৱাখনাৰ ৰাইজৰ বিলাই-বিপত্তি ৷ ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত চৈগুৰি - গোৱালগাঁও সংযোগী গড়কাপ্তানি মূল পথটোৰ ওপৰত থকা বাঁহৰ দলংখনো এতিয়া পানীৰ তলত ৷ যাৰ বাবে সম্পূৰ্ণ পানীত ডুব যোৱা দলঙৰ ওপৰেদি প্ৰাণ হাতত লৈ বিপদসংকুল যাত্ৰা কৰিছে তিনি-চাৰিখন গাঁৱৰ ৰাইজে ৷ সাপতীয়া নৈৰ ওপৰত পথ নিৰ্মাণকাৰী সংস্থাই এখন পকী দলং নিৰ্মাণৰ কাম চলাই আছে যদিও শামুকীয়া গতিৰে কাম আগবাঢ়িছে বুলি স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ৷ পথ নিৰ্মাণকাৰী সংস্থা, প্ৰশাসন তথা চৰকাৰে কিদৰে ৰাইজৰ দাবী তথা ক্ষোভৰ প্ৰতি গুৰুত্ব প্ৰদান কৰে সেয়াহে লক্ষণীয় হ'ব ৷

Intro:ঢকুৱাখনাত বানত ডুব যোৱা দলঙেৰে বিপদজনক যাতায়ত গঞাৰ : কাণসাৰ নাই পথ নিৰ্মাণ কাৰী সংস্থা আৰু প্ৰশাসনৰ

বাঢ়নী পানীত ডুব গৈছে এখন দলং ৷ ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত আৰু ধেমাজি বিধান সমষ্টিৰ অধিনৰ চৈগুৰি - গোৱালগাঁও সংযোগী গড়কাপ্তানি মূল পথটোৰ উপৰত থকা বাহৰ দলংখনো এতিয়া পানীৰ তলত ৷ যাৰ বাবে পানীত ডুব যোৱা দলঙৰ ওপৰেদি বিপদজনক ভাবে যাতায়ত কৰিব লগা হৈছে ৩/৪ খন গাঁৱৰ ৰাইজে। সাপতীয়া নৈৰ ওপৰত থকা মূল বাহৰ দলংখন বাঢ়নী পানীত ডুব যোৱাৰ ফলতেই যাতায়তৰ ক্ষেত্ৰত বিভিন্ন অসুবিধা সন্মুখিন হব লগা হৈছে ৷ কাৰণ গাওঁখনলৈ যাবলৈ নাই কোনো বিকল্প উপায় । পথ নিৰ্মাণ কাৰী সংস্থাই পথটোৰ উক্ত ঠাইত এখন পকী নিৰ্মাণ কৰিছে যদিও, সেইটোও আজিলৈকে সম্পূৰ্ণ কৰিব পৰা নাই ৷ এতিয়া এইসকল ৰাইজে বিপদসংকুলভাৱে এককাল পানীত পৰি যাতায়ত কৰি লগা অৱস্থা হৈছে ৷ যাৰ ফলত বহুত স্কুলীয়া ছাত্ৰ ছাত্ৰীয়েও এই অসুবিধা সন্মুখিন হৈছে ৷ এতিয়া ৰাইজৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি পথ নিৰ্মাণ কাৰী সংস্থা আৰু প্ৰশাসনে কি দৰে গুৰুত্ব দিয়ে সেইটোহে লক্ষণীয় হ'ব ৷

দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।Body:ঢকুৱাখনাত বানত ডুব যোৱা দলঙেৰে বিপদজনক যাতায়ত গঞাৰ : কাণসাৰ নাই পথ নিৰ্মাণ কাৰী সংস্থা আৰু প্ৰশাসনৰ

বাঢ়নী পানীত ডুব গৈছে এখন দলং ৷ ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত আৰু ধেমাজি বিধান সমষ্টিৰ অধিনৰ চৈগুৰি - গোৱালগাঁও সংযোগী গড়কাপ্তানি মূল পথটোৰ উপৰত থকা বাহৰ দলংখনো এতিয়া পানীৰ তলত ৷ যাৰ বাবে পানীত ডুব যোৱা দলঙৰ ওপৰেদি বিপদজনক ভাবে যাতায়ত কৰিব লগা হৈছে ৩/৪ খন গাঁৱৰ ৰাইজে। সাপতীয়া নৈৰ ওপৰত থকা মূল বাহৰ দলংখন বাঢ়নী পানীত ডুব যোৱাৰ ফলতেই যাতায়তৰ ক্ষেত্ৰত বিভিন্ন অসুবিধা সন্মুখিন হব লগা হৈছে ৷ কাৰণ গাওঁখনলৈ যাবলৈ নাই কোনো বিকল্প উপায় । পথ নিৰ্মাণ কাৰী সংস্থাই পথটোৰ উক্ত ঠাইত এখন পকী নিৰ্মাণ কৰিছে যদিও, সেইটোও আজিলৈকে সম্পূৰ্ণ কৰিব পৰা নাই ৷ এতিয়া এইসকল ৰাইজে বিপদসংকুলভাৱে এককাল পানীত পৰি যাতায়ত কৰি লগা অৱস্থা হৈছে ৷ যাৰ ফলত বহুত স্কুলীয়া ছাত্ৰ ছাত্ৰীয়েও এই অসুবিধা সন্মুখিন হৈছে ৷ এতিয়া ৰাইজৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি পথ নিৰ্মাণ কাৰী সংস্থা আৰু প্ৰশাসনে কি দৰে গুৰুত্ব দিয়ে সেইটোহে লক্ষণীয় হ'ব ৷

দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।Conclusion:ঢকুৱাখনাত বানত ডুব যোৱা দলঙেৰে বিপদজনক যাতায়ত গঞাৰ : কাণসাৰ নাই পথ নিৰ্মাণ কাৰী সংস্থা আৰু প্ৰশাসনৰ

বাঢ়নী পানীত ডুব গৈছে এখন দলং ৷ ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত আৰু ধেমাজি বিধান সমষ্টিৰ অধিনৰ চৈগুৰি - গোৱালগাঁও সংযোগী গড়কাপ্তানি মূল পথটোৰ উপৰত থকা বাহৰ দলংখনো এতিয়া পানীৰ তলত ৷ যাৰ বাবে পানীত ডুব যোৱা দলঙৰ ওপৰেদি বিপদজনক ভাবে যাতায়ত কৰিব লগা হৈছে ৩/৪ খন গাঁৱৰ ৰাইজে। সাপতীয়া নৈৰ ওপৰত থকা মূল বাহৰ দলংখন বাঢ়নী পানীত ডুব যোৱাৰ ফলতেই যাতায়তৰ ক্ষেত্ৰত বিভিন্ন অসুবিধা সন্মুখিন হব লগা হৈছে ৷ কাৰণ গাওঁখনলৈ যাবলৈ নাই কোনো বিকল্প উপায় । পথ নিৰ্মাণ কাৰী সংস্থাই পথটোৰ উক্ত ঠাইত এখন পকী নিৰ্মাণ কৰিছে যদিও, সেইটোও আজিলৈকে সম্পূৰ্ণ কৰিব পৰা নাই ৷ এতিয়া এইসকল ৰাইজে বিপদসংকুলভাৱে এককাল পানীত পৰি যাতায়ত কৰি লগা অৱস্থা হৈছে ৷ যাৰ ফলত বহুত স্কুলীয়া ছাত্ৰ ছাত্ৰীয়েও এই অসুবিধা সন্মুখিন হৈছে ৷ এতিয়া ৰাইজৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি পথ নিৰ্মাণ কাৰী সংস্থা আৰু প্ৰশাসনে কি দৰে গুৰুত্ব দিয়ে সেইটোহে লক্ষণীয় হ'ব ৷

দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.