ETV Bharat / state

কলা শাখাত পঞ্চম স্থানেৰে উজলিল ধেমাজিৰ শৰৎ শইকীয়া

author img

By

Published : Jun 25, 2020, 5:41 PM IST

ভবিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হ‘ব খোজে পঞ্চম স্থান অধিকাৰ কৰা ধেমাজি প্লাবিক একাডেমীৰ ছাত্ৰ শৰৎ শইকীয়া ৷

5th position arts dhamaji  public accademy  sarat saikiya
কলা শাখাত পঞ্চম স্থানেৰে উজলিল ধেমাজিৰ শৰৎ শইকীয়াই

ধেমাজি,২৫জুনঃ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত কলা শাখাত অসমৰ ভিতৰতে পঞ্চম স্থান অধিকাৰ কৰিছে ধেমাজি প্লাবিক একাডেমীৰ ছাত্ৰ শৰৎ শইকীয়াই ৷ ভবিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হ‘ব খোজা কৃতী ছাত্ৰজনে শতকৰা ৯৪.২ শতাংশ নম্বৰ সহ ৰাজনীতি বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰিছে ৷

উল্লেখযোগ্য যে, পিতৃ মাতৃহীন ছাত্ৰজনৰ পঢ়াশুনাৰ খৰছ ধেমাজি পাব্লিক একাডেমীয়ে বিনামূলীয়াকৈ বহন কৰিছিল ৷ ছাত্ৰজনৰ সফলতাত আজি একাডেমীখনত উৎসৱমুখৰ পৰিবেশ সৃষ্টি হৈছে আৰু ধেমাজিৰ বিভিন্ন দল সংগঠনে ছাত্ৰ জনক বিপুল সম্বৰ্ধনা জনোৱাৰ লগতে অভিন্দন জ্ঞাপন কৰে ৷
লগতে পঢ়কঃ 469নম্বৰেৰে সপ্তম স্থানত উজলিল গোলাঘাটৰ অমিতেশ নাথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.