ETV Bharat / state

জ্যোতিষীৰ ৰূপত কোঁচ-ৰাজবংশী সন্মিলনীৰ সভাপতি

শনিবাৰে এক সংবাদমেল সম্বোধন কৰে দৰং জিলা কোঁচ-ৰাজবংশী সন্মিলনীৰ সভাপতি কানুৰাম শইকীয়াই ৷ তদুপৰি সংবাদমেলখনৰ জৰিয়তে নিজকে পৰৱৰ্তী নিৰ্বাচনৰ বাবে কলাইগাঁও সমষ্টিৰ যোগ্য প্ৰাৰ্থী বুলি দাবী কৰে ৷

Press meet of president of koch rajbongshi sanmilani in darrang assam etv bharat news
সংবাদমেল সম্বোধন
author img

By

Published : Oct 3, 2020, 8:43 PM IST

দৰং,3 অক্টোবৰ: নিৰ্বাচনী তৎপৰতা বৃদ্ধি হৈছে ৰাজ্যত ৷ সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আত্মপ্ৰকাশ ঘটিছে নতুন ৰাজনৈতিক দলৰ ৷ শনিবাৰে নিৰ্বাচন প্ৰসংগত এক সংবাদমেল সম্বোধন কৰে দৰং জিলা কোঁচ-ৰাজবংশী সন্মিলনীৰ সভাপতি কানুৰাম শইকীয়াই ৷ শইকীয়াই নিজকে কলাইগাঁও সমষ্টিৰ পৰা সমাগত নিৰ্বাচনৰ যোগ্য প্ৰাৰ্থী হিচাপে দাবী কৰি বিপিএফ দলে কেৱল বড়ো জনগোষ্ঠীৰ স্বাৰ্থ ৰক্ষা কৰি অসমক দ্বি-খণ্ডিত কৰাৰ ষড়যন্ত্ৰত লিপ্ত থকা বুলি অভিযোগ উত্থাপন কৰে ৷ তদুপৰি দলীয় টিকট লাভ কৰিলে পৰৱৰ্তী নিৰ্বাচনত জয়ী হোৱাৰো দাবী উত্থাপন কৰে কানুৰাম শইকীয়াই ৷

সংবাদমেল সম্বোধন

লগতে চাওকঃ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.