ETV Bharat / state

বিভিন্ন কাৰ্যসূচীৰে দৰঙত মহাত্মা গান্ধীৰ মৃত্যু দিৱস উদযাপন - মহাত্মা গান্ধীৰ মৃত্যু দিৱসৰ আয়োজন

দৰঙৰ বৰগঢ়া চাহ বাগিছাত আয়োজন কৰা হয় মহাত্মা গান্ধীৰ মৃত্যু দিৱস ৷ এই উপলক্ষ্যে খেল-ধেমালিৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

খেল-ধেমালিৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন
দৰঙত মহাত্মা গান্ধীৰ মৃত্যু দিৱস উদযাপন
author img

By

Published : Jan 30, 2020, 11:24 PM IST

দলগাঁও, 30 জানুৱাৰী : মহাত্মা গান্ধীৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি দৰঙৰ বৰগঢ়া চাহ বাগিচাত আয়োজন কৰা হয় খেল-ধেমালিৰ লগতে সাংস্কৃতিক অনুষ্ঠান ৷ এই উপলক্ষে পুৱা পতাকা উত্তোলন আৰু জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্ৰাক্তন বিধায়ক ভীমানন্দ তাঁতীয়ে ৷ অসম চাহ মজদুৰ সংঘ ঢেকিয়াজুলিৰ বৰচলা শাখাৰ উদ্যোগত উলহ- মালহেৰে পালন কৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৩৪ খন চাহ বাগিছাৰ শ্ৰমিক, ছাত্ৰ-ছাত্ৰীৰ লগতে সাংস্কৃতিক দলে ৷ অনুষ্ঠানত বিভিন্ন জিলাৰ পৰা অহা সাংস্কৃতিক দলে বিভিন্ন গীত-নৃত্য পৰিৱেশন কৰাৰ লগতে শিক্ষা-দীক্ষা, খেল ধেমালি আৰু স্বচ্ছতা ৰক্ষা কৰা বাগিচাসমূহক পুৰস্কৃত কৰা হয় ৷

খেল-ধেমালিৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন
দৰঙত মহাত্মা গান্ধীৰ মৃত্যু দিৱস উদযাপন

উল্লেখযোগ্য যে, চাহ শ্ৰমিকসকলৰ উন্নয়ন তথা ছাত্ৰ-ছাত্ৰী সকলক শিক্ষা-দীক্ষা, খেল ধেমালিকে আদি কৰি সকলো দিশতে উৎসাহিত কৰাৰ লক্ষ্যৰে বিগত ২০ বছৰ ধৰি অসম চাহ মজদুৰ সংঘই এই কাৰ্যসূচী বিভিন্ন চাহ বাগিচাৰ লগতে এই বছৰ দৰঙৰ বৰগঢ়া চাহ বাগিছাত পালন কৰে ৷

আৰু পঢ়ক : বৰপেটাৰ বাঘবৰত জালনোটসহ গ্ৰেপ্তাৰ তিনি গৰু ব্যৱসায়ী

Intro:Slug= Martyr_Day_Of_Mahatma_Gandhi_Celebration_
Byte= Bhimananda Tati
Ex-MLA
## মহাত্মা গান্ধীৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি দৰঙৰ বৰগঢ়া চাহ বাগিচাত খেল ধেমালি , সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন ।
## চাহ জনগোষ্ঠীয় গীত নৃত্যৰে মুখৰিত বৰগঢ়া চাহ বাগিচা ।

Body:

দলগাও /৩০ জানুৱাৰী ।

## মহাত্মা গান্ধীৰ মৃত্যু দিৱসৰ সংগতি ৰাখি দৰঙৰ বৰগঢ়া চাহ বাগিচাত খেল ধেমালি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন ।
এই উপলক্ষে পূৱা পতাকা উত্তোলন আৰু জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন ও বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচী শুভাৰম্ভ কৰে প্ৰাক্তন বিধায়ক ভীমানন্দ তাঁতীয়ে । অসম চাহ মজদুৰ সংঘ ঢেকিয়াজুলিৰ বৰচলা শাখাৰ উদোগত উলহ মালহেৰে পালন কৰা কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ৩৪ টা চাহ বাগিছাৰ শ্ৰমিক , ছাত্ৰ-ছাত্ৰীৰ লগতে সাংস্কৃতিক দলে । অনুষ্ঠানত বিভিন্ন জিলাৰ পৰা অহা সাংস্কৃতিক দলে বিভিন্ন গীত নৃত্য আদি পৰিৱেশন কৰে । লগতে শিক্ষা-দীক্ষা , খেল ধেমালি , আৰু স্বচ্ছতা ৰক্ষা কৰা বাগিচা সমূহক অনুষ্ঠানত পুৰস্কৃত কৰা হয় ।

Conclusion:

উল্লেখযোগ্য যে চাহ শ্ৰমিক সকলৰ উন্নয়ন ও ছাত্ৰ ছাত্ৰী সকলক শিক্ষা-দীক্ষা, খেল ধেমালিকে আদি কৰি সকলো দিশতে উৎসাহিত কৰাৰ লক্ষ্যৰে বিগত ২০ বছৰ ধৰি অসম চাহ মজদুৰ সংঘই এই কাৰ্যসূচী বিভিন্ন চাহ বাগিচাৰ লগতে এই বছৰ দৰঙৰ বৰগঢ়া চাহ বাগিছাত উলহ মালহেৰে পালন কৰে ।

আব্দুল হাকিম
দলগাও ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.