ETV Bharat / state

BREAKING NEWS: ছিপাঝাৰত জালনোট বনোৱা সামগ্ৰীসহ দুজন ব্যক্তিক গ্ৰেপ্তাৰ - counterfeit note making materials

ছিপাঝাৰৰ শিঙিমাৰীত জব্দ জালনোট বনোৱা মেচিন(Counterfeit note making machine seized) ৷ লগতে আৰক্ষীয়ে আটক কৰিলে দুজন যুৱকক ৷ গোপন সূত্ৰৰ পম খেদি ছিপাঝাৰৰ শিঙিমাৰীত ছিপাঝাৰ আৰক্ষীয়ে চলাইছিল অভিযান ৷

Counterfeit notes in Sipajhar police raid
ছিপাঝাৰত জালনোট বনোৱা সামগ্ৰীসহ দুজন ব্যক্তিক গ্ৰেপ্তাৰ
author img

By

Published : Sep 6, 2022, 8:49 AM IST

Updated : Sep 6, 2022, 2:28 PM IST

ছিপাঝাৰ,6 ছেপ্টেম্বৰ: জালনোটৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান(Counterfeit note making machine seized)৷ দৰঙৰ ছিপাঝাৰৰ শিঙিমাৰীত ছিপাঝাৰ আৰক্ষীয়ে অভিযান চলায় জব্দ কৰে বহু আপত্তিজনক সামগ্ৰী ৷

গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলায় শিঙিমাৰীৰ গুল মহম্মদ নামৰ এজন লোকৰ ঘৰত ৷ মহম্মদৰ ঘৰৰ পৰাই উদ্ধাৰ হয় জালনোট বনোৱা মেচিনৰ লগতে ইয়াৰ সৈতে জড়িত বহু সা-সৰঞ্জাম ৷

ছিপাঝাৰত জালনোট বনোৱা সামগ্ৰীসহ দুজন ব্যক্তিক গ্ৰেপ্তাৰ

লগতে অভিযানকালত জব্দ কৰা হয় তিনিখন বিলাসী বাহন আৰু দুখন মটৰ চাইকেল ৷ দীৰ্ঘদিন ধৰি গুল মহম্মদৰ ঘৰত জালনোটৰ বেহা চলি অহাৰ অভিযোগ ৷ আৰক্ষীয়ে আটক কৰে গুল মহম্মদ ওৰফে নিকু আৰু মহিৰুদ্দিন আলি নামৰ লোক দুজনক ৷

অধিক তথ্যৰ বাবে ধৃত লোক দুজনক জেৰা অব্যাহত ৰাখিছে ছিপাঝাৰ আৰক্ষীয়ে

লগতে পঢ়ক: দিল্লীত কুখ্যাত গাড়ী চোৰ অনিল চৌহানক গ্ৰেপ্তাৰ

Last Updated : Sep 6, 2022, 2:28 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.