দৰং,11 জুনঃ আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ অকৰ্মণ্যতাৰ ফল ভোগ কৰব লগা হ’ল ছিপাঝাৰৰ কুৰুৱাবাসীয়ে ৷ কোনো জাননী নিদিয়াকৈ হঠাৎ মঙলবাৰে বন্ধ কৰি দিলে কুৰুৱা গুৱাহাটী সংযোগী জাহাজৰ চলাচল ৷ পূৰ্বৰে পৰা চলি অহা আওপুৰণি দুখন জাহাজ ক্ৰমে কদম আৰু নাহৰবিল প্ৰায়ে বিকল হৈ থাকে ৷ সোমবাৰেও জাহাজ দুখনে কুৰুৱাৰ পৰা গুৱাহাটীলৈ যাত্ৰী কঢ়িয়াই নিছিল যদিও ২ বজাত আৰু ৪ বজাত পুনৰ গুৱাহাটীৰ পৰা কুৰুৱালৈ আহি থকা অৱস্থাত বহ্মপুত্ৰৰ মাজতে দুয়োখন জাহাজ বিকল হৈ পৰিছিল ৷ যাৰ বাবে উপায়হীন যাত্ৰী সকলক গুৱাহাটীৰ পৰা বাছেৰে কুৰুৱালৈ অনাৰ ব্যৱস্থা কৰিছিল জলপৰিবহণ বিভাগে ৷ ইয়াকে লৈ জাহাজ ঘাটত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ । কিন্তু মঙলবাৰে পূৰ্বৰে পৰা চলি থকা কুৰুৱা-গুৱাহাটী জাহাজৰ চলাচল বন্ধ হৈ পৰাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় লোকসকল । আনফালে কেতিয়ালৈ জাহাজৰ চলাচল পুনৰ আৰম্ভ কৰা হ’ব তাৰ কোনো নিশ্চয়তা প্ৰকাশ কৰা নাই আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ৷
আভ্যন্তৰীণ জলপৰিবহণে কেনেকৈ পণবন্দী কৰিলে কুৰুৱাবাসীক ? - KURUA
আওপুৰণি জাহাজেৰে কুৰুৱা আৰু গুৱাহাটীৰ মাজৰ যোগাযোগ অব্যাহত ৰখা জল পৰবিহণ বিভাগৰ অকৰ্মণ্যতাৰ ফল ভোগ কৰিছে কুৰুৱাবাসীয়ে ৷
দৰং,11 জুনঃ আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ অকৰ্মণ্যতাৰ ফল ভোগ কৰব লগা হ’ল ছিপাঝাৰৰ কুৰুৱাবাসীয়ে ৷ কোনো জাননী নিদিয়াকৈ হঠাৎ মঙলবাৰে বন্ধ কৰি দিলে কুৰুৱা গুৱাহাটী সংযোগী জাহাজৰ চলাচল ৷ পূৰ্বৰে পৰা চলি অহা আওপুৰণি দুখন জাহাজ ক্ৰমে কদম আৰু নাহৰবিল প্ৰায়ে বিকল হৈ থাকে ৷ সোমবাৰেও জাহাজ দুখনে কুৰুৱাৰ পৰা গুৱাহাটীলৈ যাত্ৰী কঢ়িয়াই নিছিল যদিও ২ বজাত আৰু ৪ বজাত পুনৰ গুৱাহাটীৰ পৰা কুৰুৱালৈ আহি থকা অৱস্থাত বহ্মপুত্ৰৰ মাজতে দুয়োখন জাহাজ বিকল হৈ পৰিছিল ৷ যাৰ বাবে উপায়হীন যাত্ৰী সকলক গুৱাহাটীৰ পৰা বাছেৰে কুৰুৱালৈ অনাৰ ব্যৱস্থা কৰিছিল জলপৰিবহণ বিভাগে ৷ ইয়াকে লৈ জাহাজ ঘাটত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ । কিন্তু মঙলবাৰে পূৰ্বৰে পৰা চলি থকা কুৰুৱা-গুৱাহাটী জাহাজৰ চলাচল বন্ধ হৈ পৰাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় লোকসকল । আনফালে কেতিয়ালৈ জাহাজৰ চলাচল পুনৰ আৰম্ভ কৰা হ’ব তাৰ কোনো নিশ্চয়তা প্ৰকাশ কৰা নাই আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ৷
as_drg_11june_jahaj_as10006
: আজি গুৱাহাটী - কুৰুৱা সংযোগী জাহাজ বন্ধ ৷
Anchor ---- আভ্যন্তৰীণ জলপৰিবহন বিভাগে কুৰুৱাবাসী ৰাইজক পনবন্দী ৷
হঠাৎ কোনো জাননী নিদিয়াকৈ আজি বন্ধ কৰি দিলে বহ্মপুত্ৰৰ ওপৰত চলাচল কৰা জাহাজ ৷
ছাত্ৰছাত্ৰীকে ধৰি হাহাকাৰ যাত্ৰী সকলৰ মাজত ৷
V/O: আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ অৰকমন্যতাৰ ফল ভোগ কৰিছে ছিপাঝাৰৰ কুৰুৱা বাসী ৰাইজে। কোনো জাননী নিদিয়াকৈ হঠাৎ আজি বন্ধ কৰি দিলে জাহাজৰ চলাচল ৷ যাৰ বাবে গুৱাহাটীৰ পৰা কুৰুৱালৈ জাহাজৰ জৰিয়তে অহাযোৱা কৰা যাত্ৰী সকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ পূৰ্বৰ পৰা চলি অহা আওপুৰণি দুখন জাহাজ ক্ৰমে কদম আৰু নাহৰবিল প্ৰায়ে বিকল হৈ থাকে । সোমবাৰেও জাহাজ দুখন কুৰুৱাৰ পৰা গুৱাহাটীলৈ যাত্ৰী কঢ়িয়াই নিছিল যদিও ২ বজাত আৰু ৪ বজাত পুনৰ গুৱাহাটীৰ পৰা কুৰুৱালৈ আহি থকা অৱস্থাত বহ্মপুত্ৰৰ মাজতে দুয়োখন বিকল হৈ পৰিছিল ৷ যাৰ বাবে উপায়হীন যাত্ৰী সকলক গুৱাহাটীৰ পৰা বাছেৰে কুৰুৱালৈ অনাৰ ব্যৱস্থা কৰিছিল জলপৰিবহণ বিভাগে ৷ ইয়াকে লৈ জাহাজ ঘাটত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ । কিন্তু আজি পূৰ্বৰে পৰা চলি থকা কুৰুৱা - গুৱাহাটী জাহাজৰ চলাচল বন্ধ হৈ পৰাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় লোকসকল।আনফালে কেতিয়ালৈ জাহাজৰ চলাচল পুনৰ আৰম্ভ কৰা হব তাৰ কোনো নিশ্চয়তা প্ৰকাশ কৰা নাই বিভাগটোৱে ।
Debabrat goswami,Darrang