দৰং, 20 মে': মেধাৰ তালিকাত উজলিল ছিপাঝাৰৰ বৰমপুৰ গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ সাৰংগপাণি চহৰীয়া । আৰ্থিক দৈন্যতাৰ বাবে পিতৃ-মাতৃয়ে এখনো কিতাপ যোগান ধৰিব নোৱাৰা সাৰংগপাণিয়ে আটাইকেইটা বিষয়ত লেটাৰ সহ 90.16 শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ৷ ছিপাঝাৰৰ বৰমপুৰ গাঁৱৰ সাৰংগপাণি চহৰীয়া নামৰ এই গৰাকী ছাত্ৰই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 90.16 শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হোৱাত অঞ্চলটোত আনন্দৰ জোৱাৰ উঠিছে ঠিকেই পিছে ছাত্ৰ জনৰ উন্নত ফলাফলত এতিয়া কান্দোনত ভাগি পৰিছে পিতৃ-মাতৃ ৷ কিয়নো মেধাবী ছাত্ৰ গৰাকীয়ে বিজ্ঞান শাখাত পঢ়ি অভিযন্তা হোৱাৰ সপোন দেখাৰ সময়তে চৰম আৰ্থিক দুৰৱস্থাই কোঙা কৰা দৰিদ্ৰ পৰিয়ালটিত পিতৃৰ-মাতৃ অসহায় অৱস্থা ৷ যাৰ বাবে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে মেধা ছাত্ৰ গৰাকীৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াবলৈ অনুৰোধ কৰে চৰকাৰ তথা সুহৃদয় ব্যক্তিক ৷
পুত্ৰৰ সফলতাত চকুলোৰে বাট নেদেখা এহাল পিতৃ-মাতৃ - অসম নিউজ
আৰ্থিক দৈন্যতাৰ বাবে পিতৃ-মাতৃয়ে এখনো কিতাপ যোগান ধৰিব নোৱাৰা সাৰংগপাণিয়ে আটাইকেইটা বিষয়ত লেটাৰ সহ 90.16 শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ৷
দৰং, 20 মে': মেধাৰ তালিকাত উজলিল ছিপাঝাৰৰ বৰমপুৰ গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ সাৰংগপাণি চহৰীয়া । আৰ্থিক দৈন্যতাৰ বাবে পিতৃ-মাতৃয়ে এখনো কিতাপ যোগান ধৰিব নোৱাৰা সাৰংগপাণিয়ে আটাইকেইটা বিষয়ত লেটাৰ সহ 90.16 শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ৷ ছিপাঝাৰৰ বৰমপুৰ গাঁৱৰ সাৰংগপাণি চহৰীয়া নামৰ এই গৰাকী ছাত্ৰই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 90.16 শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হোৱাত অঞ্চলটোত আনন্দৰ জোৱাৰ উঠিছে ঠিকেই পিছে ছাত্ৰ জনৰ উন্নত ফলাফলত এতিয়া কান্দোনত ভাগি পৰিছে পিতৃ-মাতৃ ৷ কিয়নো মেধাবী ছাত্ৰ গৰাকীয়ে বিজ্ঞান শাখাত পঢ়ি অভিযন্তা হোৱাৰ সপোন দেখাৰ সময়তে চৰম আৰ্থিক দুৰৱস্থাই কোঙা কৰা দৰিদ্ৰ পৰিয়ালটিত পিতৃৰ-মাতৃ অসহায় অৱস্থা ৷ যাৰ বাবে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে মেধা ছাত্ৰ গৰাকীৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াবলৈ অনুৰোধ কৰে চৰকাৰ তথা সুহৃদয় ব্যক্তিক ৷
সেয়েহে সদাশয় শুভকাঙ্খি লোক তথা চৰকাৰে এই মেধা ছাত্ৰ গৰাকীৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছে পৰিয়ালটিৰ লগতে গাঁৱৰ লোক সকলে ।
Byte ---- ছাত্ৰ ৷
Byte----- মাতৃ ৷Body:মেধাৰ তালিকাত উজলি উঠিছে ছিপাঝাৰৰ বৰমপুৰ গাঁওৰ দৰিদ্ৰ পৰিয়ালৰ এগৰাকী ছাত্ৰ । সৰুৰে পৰা মেধাসম্পন্ন ছাত্ৰ জনক পিতৃয়ে দিন হাজিৰা আৰু মাতৃয়ে আনৰ ঘৰত ছাত্ৰ ছাত্ৰীক টিউছন কৰি পোৱা ধনেৰে পঢ়ুৱালে ব্যক্তিগত খণ্ডৰ বৰমপুৰ জাতীয় বিদ্যালয়ত ৷ আৰ্থিক দৈন্যতাৰ বাবে পিতৃ -মাতৃয়ে এখনো কিতাপ যোগান ধৰিব নোৱাৰাত ৫ম শ্ৰেণীৰ পৰা ছাত্ৰ জনে চুবুৰীৰ দুগৰাকী ছাত্ৰৰ কিতাপ আনি পঢ়ি মেট্ৰিক পৰিক্ষাত অৱৰ্তিন হয় ৷ আৰু উৰ্ত্তীণ হয় সকলো কেইটা বিষয়ত লেটাৰ সহ ৯০.১৬ শতাংশ নম্বৰ লাভ কৰি ৷ পিছে ছাত্ৰ জনৰ উন্নত ফলাফলত এতিয়া কান্দোনত ভাগি পৰিছে পিতৃ-মাতৃ ৷ ছিপাঝাৰৰ বৰমপুৰ গাঁওৰ সাৰংগপানী চহৰীয়া নামৰ এই গৰাকী ছাত্ৰই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯০.১৬ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হোৱাত অঞ্চলটোত আনন্দৰ জোৱাৰ উঠিছে ঠিকেই ৷ পিছে মেধাবী ছাত্ৰী ৰিকীয়ে বিজ্ঞান শাখাত পঢ়ি অভিযন্তা হোৱাৰ সপোন দেখাৰ সময়ত চৰম আৰ্থিক দুৱস্থাই কোঙা কৰা দৰিদ্ৰ পৰিয়ালটিত পিতৃৰ - মাতৃৰ বাবে দাঙিব নোৱাৰা এখন ভাৰ হৈ উঠিছে সন্তানটিক বিজ্ঞান শাখাত পঢ়ুৱাটো।
সেয়েহে সদাশয় শুভকাঙ্খি লোক তথা চৰকাৰে এই মেধা ছাত্ৰ গৰাকীৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছে পৰিয়ালটিৰ লগতে গাঁৱৰ লোক সকলে ।
Byte ---- ছাত্ৰ ৷
Byte----- -মাতৃ ৷
Conclusion: