দৰং, 1 অক্টোৱৰ: ২ অক্টোবৰৰ পৰা প্লাষ্টিক মুক্ত হ'ব সমগ্ৰ ভাৰত । পলিথিনৰ বিকল্প হিচাবে চাহিদা বাঢ়িব কাগজৰ মোনাৰ । সেয়ে ব্যস্ততা বাঢ়িছে কাগজৰ মোনা বনোৱা থলুৱা উদ্যোগ সমূহৰ । মঙলদৈৰ এগৰাকী যুৱক মানস কলিতাৰ প্ৰচেষ্টাত ২০০৬ চনত গড় লৈ উঠিছিল হাতে বনোৱা মোনাৰ থলুৱা উদ্যোগ 'ডি কে পেপাৰছ'ৰ । কিন্তু সমগ্ৰ বজাৰ পলিথিনে চানি ধৰাত উদ্যোগটো বন্ধ হৈ পৰিছিল । মঙলদৈ উদ্যোগিক অঞ্চলত থকা 'ডি কে পেপাৰছ নামৰ এই থলুৱা উদ্যোগটোৱে এতিয়া পুনৰ প্ৰাণ পায় উঠিছে । দিনে নিশাই এতিয়া হাতে বনোৱা মোনা বনোৱাত ব্যস্ত বহু যুৱক যুৱতী । ৰাজ্যৰ বিভিন্ন জিলাৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ ৰপ্তানি হৈছে মোনাৰ । লগতে এই উদ্যোগটোৰ জৰিয়তে বৰ্তমান সংস্থাপিত হৈছে বহু কেইগৰাকী যুৱক যুৱতী |
পুনৰ প্ৰাণ পায় উঠিছে কাগজৰ মোনা বনোৱা থলুৱা উদ্যোগ 'ডি কে পেপাৰছ' - প্লাষ্টিক মুক্ত অভিযান
প্লাষ্টিক মুক্ত অভিযানৰ ফলত পুনৰ প্ৰাণ পায় উঠিছে হস্তনিৰ্মিত কাগজৰ মোনা বনোৱা থলুৱা উদ্যোগসমূহ
দৰং, 1 অক্টোৱৰ: ২ অক্টোবৰৰ পৰা প্লাষ্টিক মুক্ত হ'ব সমগ্ৰ ভাৰত । পলিথিনৰ বিকল্প হিচাবে চাহিদা বাঢ়িব কাগজৰ মোনাৰ । সেয়ে ব্যস্ততা বাঢ়িছে কাগজৰ মোনা বনোৱা থলুৱা উদ্যোগ সমূহৰ । মঙলদৈৰ এগৰাকী যুৱক মানস কলিতাৰ প্ৰচেষ্টাত ২০০৬ চনত গড় লৈ উঠিছিল হাতে বনোৱা মোনাৰ থলুৱা উদ্যোগ 'ডি কে পেপাৰছ'ৰ । কিন্তু সমগ্ৰ বজাৰ পলিথিনে চানি ধৰাত উদ্যোগটো বন্ধ হৈ পৰিছিল । মঙলদৈ উদ্যোগিক অঞ্চলত থকা 'ডি কে পেপাৰছ নামৰ এই থলুৱা উদ্যোগটোৱে এতিয়া পুনৰ প্ৰাণ পায় উঠিছে । দিনে নিশাই এতিয়া হাতে বনোৱা মোনা বনোৱাত ব্যস্ত বহু যুৱক যুৱতী । ৰাজ্যৰ বিভিন্ন জিলাৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ ৰপ্তানি হৈছে মোনাৰ । লগতে এই উদ্যোগটোৰ জৰিয়তে বৰ্তমান সংস্থাপিত হৈছে বহু কেইগৰাকী যুৱক যুৱতী |
# অহা ২ অক্টোবৰৰ পৰা পলিথিন মুক্ত হব সমগ্ৰ ভাৰত ।
# পলিথিনৰ বিকল্প হিচাবে চাহিদা বাঢ়িব কাগজৰ মোনাৰ ।
# সেয়ে ব্যস্ততা বাঢ়িছে কাগজৰ মোনা বনোৱা থলুৱা উদ্যোগ সমূহৰ ।
# মঙলদৈৰ এগৰাকী যুৱক মানস কলিতাৰ প্ৰচেষ্টাত ২০০৬ চনত গড় লৈ উঠিছিল হাতে বনোৱা মোনা ৰ থলুৱা উদ্যোগ *D K Papers* ৰ ।
# কিন্তু সমগ্ৰ বজাৰ পলিথিনে চানি ধৰাত উদ্যোগটো বন্ধ হৈ পৰিছিল ।
# মঙলদৈ উদ্যোগিক অঞ্চলত থকা থলুৱা উদ্যোগটোৱে এতিয়া পুনৰ প্ৰাণ পায় উঠিছে ।
# দিনে নিশাই এতিয়া হাতে বনোৱা মোনা বনোৱাত ব্যস্ত বহু যুৱক যুৱতী ।
# ৰাজ্যৰ বিভিন্ন জিলাৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ ৰপ্তানি হৈছে মোনাৰ ।
# সংস্থাপন হৈছে বহু কেইগৰাকী যুৱক যুৱতী |Conclusion:Debabrat, goswami.Darrang