মঙলদৈ, ১৩ জুনঃ মঙলদৈ অসামৰিক চিকিৎসালয়ৰ পৰা যোৱা ১০ জুন তাৰিখে ঘৰলৈ যাবলৈ দিয়া হৈছিল ১৪ গৰাকী আক্রান্তক কোভিড ১৯ ৰোগীক। ঘৰলৈ যোৱাৰ পিছতে পুনৰ ৪ জনৰ দেহত কোভিড ১৯ৰ অৱস্থিত। শ্লেষৰ নমুনাত সকলোৰে ফলাফল আহিছিল ১০ তাৰিখে নিগেটিভ । অহাৰ কাৰণে ১০ জুন তাৰিখে ১৪ জনক ঘৰলৈ যাবলৈ দিয়া হৈছিল । কিন্তু শনিবাৰে চিকিৎসালয়ৰ অধীক্ষকে ৪ জনৰ দেহত কোভিড ১৯ ওলোৱাৰ কথা অৱগত কৰে ৷ ইয়াকে লৈ দৰঙ বাসীৰ চিন্তিত হৈ পৰিছে।
লগতে পঢ়কঃ কা আন্দোলনত জড়িত হোৱাৰ অভিযোগত নগাঁৱৰ তিনি শিক্ষকক নিলম্বন