দৰং,24 ছেপ্তেম্বৰ: বৃহস্পতিবাৰৰ দিনটোত সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ নিয়োগ সংক্ৰান্তীয় কেলেংকাৰী ৰোধৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে প্ৰদৰ্শন কৰা চূড়ান্ত ব্যৰ্থতাৰ বাবে এই প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ৷ এনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে দৰং জিলা আছুৰ কৰ্মকৰ্তাসকলে ৷ জিলা আছুৰ কৰ্মকৰ্তাসকলক এই কাৰ্যসূচীত সহযোগ কৰে আন্তঃ মঙলদৈ ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে ৷ প্ৰতিবাদস্বৰূপে আছুৰ কৰ্মকৰ্তাসকলে 15 নং ৰাষ্ট্ৰীয় ঘাইপথত মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰে ৷
লগতে চাওকঃ হোটেল ভাৰ্গৱত মহানগৰ ক্ৰাইম ব্ৰাঞ্চ আৰু চিআইডিৰ হাতোৰা