ETV Bharat / state

খাৰুপেটীয়াত ড্ৰগছজাতীয় সামগ্ৰীসহ আটক এজন

author img

By

Published : Jun 14, 2020, 10:23 PM IST

দৰঙৰ খাৰুপেটীয়া হাস্পতাল ৰোডত অভিযান চলাই খাৰুপেটীয়া আৰক্ষীৰ এটা দলে 6 বটল ড্ৰাগছ জাতীয় কফ ছিৰাপ জব্দ কৰাৰ লগতে এজন অভিযুক্তক আটক কৰে ৷

drugs seized in kharupetia
drugs seized in kharupetia

দলগাঁও, 14 জুনঃ এক বিশেষ সূত্ৰ অনুসৰি খাৰুপেটীয়া আৰক্ষী চকীৰ উপ পৰিদৰ্শক মন্টু বৰাৰ নেতৃত্বত এটা দলে, দৰঙৰ খাৰুপেটীয়া হাস্পতাল ৰোডত অভিযান চলাই 6 বটল ড্ৰাগছ জাতীয় কফ ছিৰাপ জব্দ কৰাৰ লগতে এজন অভিযুক্তক আটক কৰে ৷ আটকাধীন অভিযুক্ত জনৰ নাম আব্দুল ৰফিক বুলি জানিব পৰা গৈছে ৷

খাৰুপেটীয়াত ড্ৰগছজাতীয় কফ ছিৰাপসহ আটক এজন

আটকাধীন যুৱক জনৰ ঘৰ শোণিতপুৰ জিলাৰ উৰিয়ামগুৰি গাঁৱত ৷ এই কাৰ্যৰ লগত জড়িত অভিযোগী আব্দুল ৰফিকৰ সহযোগী খাৰুপেটীয়াৰ আব্দুল কাদিৰ নামৰ নামৰ ব্যক্তি গৰাকী বৰ্তমান পলাতক ৷ পলাতক অভিযুক্ত জনৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে, আটকাধীন আব্দুল কাদিৰক দেওবাৰে জেললৈ প্ৰেৰণ কৰে খাৰুপেটীয়া আৰক্ষীয়ে ৷

লগতে পঢ়কঃ ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডৰ বিৰুদ্ধে সৰৱ বিধায়ক অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.