দৰং,27মে': কৃষি অৰ্থনীতিত একোখন সাপ্তাহিক বজাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । তেনে এখন গুৰুত্বপূৰ্ণ বৃহৎ বজাৰ হৈছে দৰঙৰ দেওমৰনৈ সাপ্তাহিক বজাৰ । প্ৰতি শনিবাৰ আৰু বুধবাৰে অনুস্থিত হোৱা বজাৰখনত মুখ্যতঃ ছিপাঝাৰ, মংগলদৈ আৰু কলাইগাঁও সমষ্টিৰ হেজাৰ হেজাৰ কৃষক ৰাইজে উৎপাদিত ফচল ক্ৰয়-বিক্ৰয় কৰি আহিছে । পিচে বজাৰখনত সম্প্ৰতি বোকা পানীৰে কদৰ্যময় হৈ পৰিছে । বজাৰ কৰ্তৃপক্ষই কেৱল বছৰে বছৰে লিজৰ ধন সংগ্ৰহ কৰিয়েই দায়িত্ব শেষ কৰাত এনেদৰে কদৰ্যময় পৰিৱেশৰ সৃষ্টি হৈছে । এই কদৰ্যময় পৰিবেশৰ বাবে বজাৰখনলৈ অহা সাধাৰণ ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে ৷ স্থানীয় ৰাইজে এই দেওমৰনৈ সাপ্তাহিক বজাৰখনৰ কদৰ্যময় পৰিবেশ অতিশীঘ্ৰে নিৰ্মুল কৰিবলৈ স্থানীয় বিধায়ক বিনন্দ কুমাৰ শইকীয়ালৈ আহ্বান জনাইছে ৷
দৰঙৰ সাপ্তাহিক বজাৰত কদৰ্যময় পৰিৱেশ - MLA
দৰঙ জিলা পৰিষদৰ দ্বাৰা নিয়ন্ত্ৰিত দেওমৰনৈ সাপ্তাহিক বজাৰৰ কদৰ্যময় পৰিৱেশে জীয়াতু ভুগাইছে সাধাৰণ ৰাইজক ।শীঘ্ৰে ব্যৱস্থাগ্ৰহণৰ বাবে স্থানীয় বিধায়কলৈ ৰাইজৰ আহ্বান ৷
দৰং,27মে': কৃষি অৰ্থনীতিত একোখন সাপ্তাহিক বজাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । তেনে এখন গুৰুত্বপূৰ্ণ বৃহৎ বজাৰ হৈছে দৰঙৰ দেওমৰনৈ সাপ্তাহিক বজাৰ । প্ৰতি শনিবাৰ আৰু বুধবাৰে অনুস্থিত হোৱা বজাৰখনত মুখ্যতঃ ছিপাঝাৰ, মংগলদৈ আৰু কলাইগাঁও সমষ্টিৰ হেজাৰ হেজাৰ কৃষক ৰাইজে উৎপাদিত ফচল ক্ৰয়-বিক্ৰয় কৰি আহিছে । পিচে বজাৰখনত সম্প্ৰতি বোকা পানীৰে কদৰ্যময় হৈ পৰিছে । বজাৰ কৰ্তৃপক্ষই কেৱল বছৰে বছৰে লিজৰ ধন সংগ্ৰহ কৰিয়েই দায়িত্ব শেষ কৰাত এনেদৰে কদৰ্যময় পৰিৱেশৰ সৃষ্টি হৈছে । এই কদৰ্যময় পৰিবেশৰ বাবে বজাৰখনলৈ অহা সাধাৰণ ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে ৷ স্থানীয় ৰাইজে এই দেওমৰনৈ সাপ্তাহিক বজাৰখনৰ কদৰ্যময় পৰিবেশ অতিশীঘ্ৰে নিৰ্মুল কৰিবলৈ স্থানীয় বিধায়ক বিনন্দ কুমাৰ শইকীয়ালৈ আহ্বান জনাইছে ৷
Body:: কৃষি অৰ্থনীতিত একোখন সাপ্তাহিক বজাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেনে এখন গুৰুত্বপূৰ্ণ বৃহৎ বজাৰ হৈছে দেওমৰনৈ সাপ্তাহিক বজাৰ। প্ৰতি শনিবাৰ আৰু বুধবাৰে অনুস্থিত হোৱা বজাৰখনত মুখ্যতঃ ছিপাঝাৰ , মংগলদৈ আৰু কলাইগাঁও সমষ্টিৰ হেজাৰ হেজাৰ কৃষক ৰাইজে উৎপাদিত ফচল ক্ৰয় বিক্ৰয় কৰি আহিছে। পিছে বজাৰ খনত সম্প্রতি বোকা পানীৰে কদৰ্যময় হৈ পৰিছে। দৰং জিলা পৰিষদৰ বিষয়াৰ বজাৰখন উন্নয়নৰ বাবে কোনো যেন দায়িত্ব বোধেই নাই। কেৱল বছৰে বছৰে লিজৰ ধন সংগ্ৰহ কৰিয়েই দায়িত্ব শেষ কৰাত এনেদৰে কদৰ্যময় পৰিৱেশৰ সৃষ্টি হৈছে। এই কদৰ্যময় পৰিবেশৰ বাবে গ্ৰাহক আহিব নোৱাৰাৰ বাবে দোকানী সকলে মুৰে কপালে হাত দিব লগীয়া হয় ৷ বিগত কাৰ্যকালত দৰং জিলা পৰিষদ AIUDF দখলত থকাৰ পিছত কোনো উন্নয়ন নহল বজাৰ সমুহৰ ৷ কেৱল সদস্য সকলৰ মাজত খোৱা- কামোৰা কৰি মাহেকত এবাৰকৈ সভাপতি সলাই কিম্বা অনাস্থা প্ৰস্তাৱেৰে ৫ টা বছৰ পাৰ কৰিলে ৷ সেয়ে ৰাইজে স্থানীয় বিধায়ক বিনন্দ কুমাৰ শইকীয়ালৈ আহ্ব্বান কৃষক সকলৰ উৎপাদিত সামগ্ৰী উচিত মুল্যত বিক্ৰীৰ বাবে স্থাপন কৰা এই দেওমৰনৈ সাপ্তাহিক বজাৰখনৰ কদৰ্যময় পৰিবেশ নিৰ্মুল কৰিবলৈ ৷ Conclusion: