ETV Bharat / state

দৰঙত নতুনকৈ 24 গৰাকী লোক কৰ'ণাত আক্ৰান্ত - ৰেৱতী কলিতা

আক্ৰান্ত 24 গৰাকীৰ ভিতৰ দুগৰাকী স্বাস্থ্য কৰ্মীও আছে ৷ তেওঁলোক দুগৰাকী হৈছে ৰেৱতী কলিতা(55) আৰু আব্দুল বাচাৰ (29) ৷

দৰঙত নতুনকৈ 24 গৰাকী লোক কৰ'ণাত আক্ৰান্ত

author img

By

Published : Jun 28, 2020, 2:07 AM IST

দৰং, 28 জুনঃ শুকুৰবাৰে দৰং জিলাত এগৰাকী লোকৰ দেহত কৰ'ণা ভাইৰাছ ধৰা পৰাৰ 24 ঘন্টাৰ ভিতৰতেই আন 23 গৰাকী লোকৰ দেহত ধৰা পৰে এইবিধ ভাইৰাছ ৷ এই 24 গৰাকীৰ ভিতৰ 2 গৰাকী স্বাস্থ্য কৰ্মীও আছিল ৷ তেওঁলোক দুগৰাকী হৈছে ৰেৱতী কলিতা(55) আৰু আব্দুল বাচাৰ (29) ৷ ৰেৱতী কলিতা এগৰাকী এ এন এম হোৱাৰ বিপৰীতে আব্দুল বাচাৰ গাঁওৰক্ষী বাহিনীৰ সদস্য ৷ আব্দুল বাচাৰে কোৱাৰান্টাইন চেন্টাৰত কাৰ্য সম্পাদন কৰি আছিল ।

উল্লেখ্য যে, দৰং জিলাত বৰ্তমানলৈ আক্ৰান্তৰ সংখ্যা 193 গৰাকীলৈ বৃদ্ধি পাইছে ৷

লগতে পঢ়কঃ গোলাঘাট নাৰ্ছিং হোমৰ বহু নথি পত্ৰৰ লগতে বায়'মেট্ৰিক মেচিন জব্দ আৰক্ষীৰ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.