ETV Bharat / state

বুঢ়া কাণ্ডঃ ফটো ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰি গ্ৰেপ্তাৰ এজন

বুঢ়া কাণ্ডৰ ঘটনাৰ ৰফুল আলি আৰু গাভৰু গৰাকীৰ অন্তৰংগ মূহুৰ্তৰ ফটো সমূহ ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰি ৰঙাঘৰৰ আলহী হ'ল ৰফিকুল ইছলাম ওৰফে ওজা হাজৰিকা

author img

By

Published : Sep 21, 2019, 8:49 PM IST

বুঢ়া কাণ্ড

মঙলদৈ, 21 চেপ্তেম্বৰ : বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল বুঢ়া কাণ্ডৰ ঘটনাৰ ৰফুল আলি আৰু গাভৰু গৰাকীৰ অন্তৰংগ মূহুৰ্তৰ ফটো ৷ শণিবাৰে ৰঙাঘৰৰ আলহী হ'ল উক্ত ফটো সমূহ ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰা ৰফিকুল ইছলাম ওৰফে ওজা হাজৰিকা৷ মঙ্গলদৈ আৰক্ষীয়ে মঙ্গলদৈ ধূলা অঞ্চলৰ পৰা আটক কৰে ৰফিকুল ইছলাম ওৰফে ওজা হাজৰিকাক৷ বৰ্তমান আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৰফিকুল ইছলাম ওৰফে ওজা হাজৰিকাক ৷ বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা ফটো সন্দৰ্ভত ন্যায় বিচাৰিছে উক্ত যুৱতীয়ে ৷

বুঢ়া কাণ্ড : ৰফুল আলি আৰু গাভৰু গৰাকীৰ অন্তৰংগ মূহুৰ্তৰ ফটো ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰি গ্ৰেপ্তাৰ এজন

উল্লেখযোগ্য যে বিতৰ্কিত বুঢ়া কাণ্ডই লাভ জিহাদৰ ৰূপ লোৱাত ইয়াৰ বিৰুদ্ধে এয়া লাভ-জিহাদ নহয় আচলতে প্ৰেম হে এই কথা ব্যক্ত কৰিবলৈ ছ'চিয়েল মিডিয়াত উক্ত ফটোসমূহ প্ৰকাশ কৰে বুলি মন্তব্য কৰে আটক ৰফিকুল ইছলামে ৷

Intro:বুঢ়া কাণ্ডৰ ঘটনাৰ ৰফুল আলি আৰু গাভৰু গৰাকীৰ নিবিড় মুহুৰ্তৰ ফটো চচিয়েল মিডিয়া ত প্ৰকাশ কৰি ৰঙা ঘৰৰ আলহী হল ৰফিকুল ইছলাম ওৰফে ওজা হাজৰিকা , মঙ্গলদৈ ধূলা অঞ্চলৰ পৰা আটক কৰে মঙ্গলদৈ আৰক্ষীয়ে , জেৰা অব্যাহত
Body:এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰফুল আৰু যুৱতীগৰাকীৰ বহু গোপন ফটো। ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা ফটোৰ বাবে ন্যায় বিচাৰিছে অপহৃত যুৱতীয়ে ৷ৰফুল আলি আৰু গাভৰু গৰাকীৰ নিবিড় মুহুৰ্তৰ ফটো চচিয়েল মিডিয়া ত প্ৰকাশ কৰি ৰঙা ঘৰৰ আলহী হল ৰফিকুল ইছলাম ওৰফে ওজা হাজৰিকা , মঙ্গলদৈ ধূলা অঞ্চলৰ পৰা আটক কৰে মঙ্গলদৈ আৰক্ষীয়ে , জেৰা অব্যাহত
Conclusion:Debabrat goswami
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.