ETV Bharat / state

মঙ্গলদৈৰ এটি পৰিয়ালৰ দুৰৱস্থা - কৃত্ৰিম বান

মঙ্গলদৈ ২নং বেজপাৰা গাঁৱৰ বিশেষভাৱে সক্ষম প্ৰেমদা কলিতাৰ পৰিয়াললৈ নামি আহিছে অমানিশা, এজাক বৰষুণতেই প্ৰেমদাৰ বাসগৃহ পানীৰে ভৰি পৰে,আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালটিক সহায়ৰ বাবে চৰকাৰৰ ওচৰত অনুৰোধ প্ৰেমদাৰ

মঙ্গলদৈৰ এটি পৰিয়ালৰ দুৰৱস্থা
author img

By

Published : Jun 8, 2019, 11:14 PM IST

দৰং,৮জুন : মঙ্গলদৈ ২নং বেজপাৰা গাঁৱৰ বিশেষ ভাৱে সক্ষম এগৰাকী যুৱতীৰ জীৱনলৈ নামি আহিছে অমানিশা । অতি দৰিদ্ৰ পৰিয়ালৰ প্ৰেমদা কলিতা এতিয়া দিশহাৰা হৈ পৰিছে জীয়াই থকাৰ বাবে । কিয়নো আৰ্থিক অনাতনে জুৰুলা কৰা উপৰিও,পৰিয়ালটিক এতিয়া জুৰুলা কৰিছে কৃত্ৰিম বানে । এজাক বৰষুণতেই মঙ্গলদৈৰ বহু অঞ্চল ভৰি পৰাৰ লগতে পানীৰে ভৰি পৰে যুৱতীগৰাকীৰ বাসগৃহ । ইফালে,বৃদ্ধ মাতৃৰ নাই কোনো উপাৰ্জন । কৃত্ৰিম বানৰ ফলত পৰিয়ালটোৰ থাকিবলৈ ঠাই নোহোৱা হোৱাত প্ৰেমদাই চৰকাৰ তথা বিধায়কৰ পৰা আৰ্থিক সহায়ৰ বাবে অনুৰোধ জনায় ।

Intro:
মঙ্গলদৈৰ এটি অন্ধ ছোৱালীৰ দুৰৱস্থা।

এজাক বৰষুণতে বানপানীৰে পৰিপূৰ্ণ হয় চাৰিওকাষ।

Anchor
মঙ্গলদৈ দুই নং বেজ পাৰা গাঁৱৰ এটি অন্ধ ছোৱালী ৰ কৰুণ কাহিনী। এজাক বৰষুণত গোটেই অঞ্চল পানীৰে উপচি পৰে। অঞ্চলটোৰ এতিয়া এই দৰিদ্ৰ পৰিয়াল টোক সহায় কৰিবলৈ নাই কোনো। বেজ পাৰা গাঁৱৰ অন্ধ প্ৰেমদা কলিতা এতিয়া দিশহাৰা হৈ পৰিছে। বৃদ্ধ মাতৃৰ নাই কোনো উপাৰ্জন।

কৃতিম্ বানত ভুগিছে এতিয়া পৰিয়ালটো। বৰষুণ দিলে নোৱাৰে বানৰ বাবে ওলাব সোমাব।অন্ধ প্ৰেমদাই এতিয়া স্থানীয় বিধায়কক অলপ সাহায্যৰ হাত মাগিচে।Body:Slug-
মঙ্গলদৈ, দৰং
মঙ্গলদৈৰ এটি অন্ধ ছোৱালীৰ দুৰৱস্থা।

এজাক বৰষুণতে বানপানীৰে পৰিপূৰ্ণ হয় চাৰিওকাষ।

Anchor
মঙ্গলদৈ দুই নং বেজ পাৰা গাঁৱৰ এটি অন্ধ ছোৱালী ৰ কৰুণ কাহিনী। এজাক বৰষুণত গোটেই অঞ্চল পানীৰে উপচি পৰে। অঞ্চলটোৰ এতিয়া এই দৰিদ্ৰ পৰিয়াল টোক সহায় কৰিবলৈ নাই কোনো। বেজ পাৰা গাঁৱৰ অন্ধ প্ৰেমদা কলিতা এতিয়া দিশহাৰা হৈ পৰিছে। বৃদ্ধ মাতৃৰ নাই কোনো উপাৰ্জন।

কৃতিম্ বানত ভুগিছে এতিয়া পৰিয়ালটো। বৰষুণ দিলে নোৱাৰে বানৰ বাবে ওলাব সোমাব।অন্ধ প্ৰেমদাই এতিয়া স্থানীয় বিধায়কক অলপ সাহায্যৰ হাত মাগিচে।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.