ETV Bharat / state

মঙলদৈত "৮৩" ৰ শ্বহীদ স্মৃতি উদ্যানৰ আধাৰশিলা স্থাপন - "৮৩" শ্বহীদ স্মৃতি উদ্যান

মঙলদৈত স্থাপন হ'ল "৮৩" শ্বহীদ স্মৃতি উদ্যান। 1983 চনৰ অসম আন্দোলনত শ্বহীদ হোৱা বীৰ শ্বহীদ সকলৰ স্মৃতিত স্থাপন কৰা হয় শ্বহীদ স্মৃতি উদ্যান ।

মঙলদৈত "৮৩" ৰ শ্বহীদ স্মৃতি উদ্যানৰ আধাৰশিলা স্থাপন
author img

By

Published : Sep 4, 2019, 9:57 PM IST

দৰং, 4 ছেপ্টেম্বৰঃ বুধবাৰে মঙলদৈত "৮৩" শ্বহীদ স্মৃতি উদ্যানৰ আধাৰশিলা স্থাপন কৰা হয় । ১৯৮৩ চনৰ অসম আন্দোলনৰ বীৰ শ্বহীদ সকলৰ বাবেই আৰম্ভ কৰা হয় এই শ্বহীদ স্মৃতি উদ্যানৰ । "৮৩" সেই সন্ধিয়া একেলগে জ্বলি উঠিছিল ১৩ খন কৈ চিতা। পুনৰ ৩৫ বছৰৰ পিছত মঙলদৈ শ্বহীদ উদ্যানত এই শ্বহীদ স্মৃতি উদ্যানৰ আধাৰ শিলা স্থাপন কৰা হয় । অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ কুমাৰ নাথ উপস্থিত থাকি আধাৰ শিলা স্থাপনৰ শুভাৰম্ভণি কৰে। লগতে বীৰ শ্বহীদ পৰিয়ালক সম্বৰ্ধনাও জনায় এই অনুষ্ঠানত৷

মঙলদৈত "৮৩" ৰ শ্বহীদ স্মৃতি উদ্যানৰ আধাৰশিলা স্থাপন

অনুষ্ঠানত এন আৰ চিৰ বিসংগতিক লৈ সম্পূৰ্ণ অসন্তুষ্ট বুলি মত প্ৰকাশ কৰে ছাত্ৰ সন্থাৰ সভাপতি গৰাকীয়ে । এই ক্ষেত্ৰত মহামান্য উচ্চতম ন্যায়ালয়ক পুনৰ আবেদন জনাব বুলিও উল্লেখ কৰি এই বিসংগতিৰ বাবে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ জগৰীয়া বুলিও উল্লেখ কৰে ।

Intro:
মঙ্গলদৈত স্থাপন হল "৮৩" শ্বহীদ স্মৃতি উদ্যান।

1983 চনৰ অসম আন্দোলনত শ্বহীদ হোৱা বীৰ শ্বহীদ সকলৰ বাবেই এই শ্বহীদ স্মৃতি উদ্যান স্থাপন কৰে ।

অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ কুমাৰ নাথে শুভাৰম্ভণি কৰে স্মৃতি উদ্যানৰ আধাৰ শিলা।

অনুষ্ঠানটিত এন আৰ চিৰ সম্পূৰ্ণ তালিকাক লৈ অসন্তুষ্ট বুলি মত প্ৰকাশ কৰে ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ কুমাৰ নাথ দেৱে।Body:
আজি মঙ্গলদৈত "৮৩" শ্বহীদ স্মৃতি উদ্যানৰ আধাৰ শিলা স্থাপন কৰা হয়। ১৯৮৩ চনৰ অসম আন্দোলনৰ বীৰ শ্বহীদ সকলৰ বাবেই আৰম্ভ কৰা হয় এই শ্বহীদ স্মৃতি উদ্যানৰ। "৮৩" সেই সন্ধিয়া একেলগে জ্বলি উঠিছিল ১৩ খন কৈ চিতা। পুনৰ ৩৫ বছৰৰ পিছত মঙ্গলদৈ শ্বহীদ উদ্যানত এই শ্বহীদ স্মৃতি উদ্যানৰ আধাৰ শিলা স্থাপন কৰা হয়। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ কুমাৰ নাথ উপস্থিত থাকি আধাৰ শিলা স্থাপনৰ শুভাৰম্ভণি কৰে। লগতে বিৰ শ্বহীদ পৰিয়ালক সম্বোধনা জনায়। সেই সমাধি ক্ষেত্ৰতেই মুখ্যমন্ত্ৰী আছুতীয়া উন্নয়ন পুঁজিৰ জৰিয়তে শ্বহীদ স্মৃতি উদ্যানৰ আধাৰ শিলা স্থাপন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথে। নিৰ্মাণ সমিতিৰ সভাপতি মঙ্গলদৈ বিশিষ্ট ব্যৱসায়ী SRD গ্ৰুপৰ সঞ্চালক অনুপম ডেকাই অসমৰ ভিতৰত এখন উল্লেখনীয় শ্বহীদ স্মৃতি উদ্যান গঢ়িৱলৈ প্ৰয়াস কৰা হব বুলি সাংবাদিকক জানিবলৈ দিয়ে।

অনুষ্ঠান টোত এণ আৰ চিৰ বিসংগতি ক লৈয়ো কিছু মন্তব্য আগবঢ়ায় সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথে। যোৱা ৩১ আগষ্টৰ চুৰান্ত এন আৰ চিক লৈ সম্পূৰ্ণ অসন্তুষ্ট বুলি মত প্ৰকাশ কৰে ছাত্ৰ সন্থাৰ সভাপতি গৰাকীয়ে। এই ক্ষেত্ৰত মহামন্য উচ্চতম ন্যায়ালয়ক পুনৰ আবেদন জনাব ছাত্ৰ সন্থাই। আৰু এই বিসংগতি এন আৰ চিৰ সম্পূৰ্ণ কাৰণ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ। সেই বাবেই দেশ আৰু জাতিৰ স্বাৰ্থত ছাত্ৰ সন্থাই নিজেই অকলশীয়াকৈ আবেদন কৰিব এখন শুদ্ধ এন আৰ চিৰ আবেদন।

Byte
AASU PresidentConclusion:Debabrat goswami, darrang
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.