ETV Bharat / state

দৰঙত আৰম্ভ হৈছে ষট পূজাৰ প্ৰস্তুতি - পূজা কমিতি

খাৰুপেটীয়াত ষট পূজাৰ ব্যাপক প্ৰস্তুতি । ক'ভিড প্ৰট'কলৰে ৰাজ্যত এইবাৰ অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ'ব ষট পূজা ।

chhate-puja-dalgaon-
দৰঙত আৰম্ভ হৈছে ষট পূজাৰ প্ৰস্তুতি
author img

By

Published : Nov 18, 2020, 9:02 PM IST

দলগাঁও,১৮নৱেম্বৰ: দুৰ্গাপূজা আৰু দিপাৱলীৰ পিছত এইবাৰ দেশৰ অন্যান্য প্ৰান্তৰ লগতে খাৰুপেটীয়াতো ব্যাপক প্ৰস্তুতি চলিছে ষট পূজাৰ । ষট পূজা উপলক্ষে আজি দৰঙৰ খাৰুপেটীয়াৰ অশোকাষ্টমী মেলা ঘাটত থকা বৃহত পুখুৰীটো পৰিষ্কাৰ কৰি আটকধুনীয়াকৈ সজাই তোলা হয় ৷ এইবাৰ ক'ভিড-১৯ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য সামাজিক দূৰত্ব আৰু মাক্স বাধ্যতামূলক কৰিছে পূজা কমিতিয়ে ৷

chhate-puja-dalgaon-
দৰঙত আৰম্ভ হৈছে ষট পূজাৰ প্ৰস্তুতি

ইতিমধ্যে খাৰুপেটীয়া মেলা ঘাটত অস্থায়ী মন্দিৰ নিৰ্মাণ কৰি আলোকসজ্জাৰে সজাই তোলাৰ কাৰ্য তীব্ৰ গতিৰে চলিছে বুলি মন্তব্য কৰে ষট পূজা সমিতিৰ সম্পাদক শ্ৰৱন কুমাৰ ঝাই ।

অন্য খবৰৰ বাবে: মৰিগাঁৱত বিৰাজ কৰিছে নান্দনিক পৰিৱেশে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.