দৰং, 3 আগষ্ট : দৰঙৰ কছাৰীঝাৰ ঘাটত নাওঁ দুৰ্ঘটনা ৷ শুকুৰবাৰে নিশা সংঘটিত হয় এই ঘটনা ৷ চাপৰিৰ পৰা খেতি সামৰি ঘৰলৈ উভতি অহাৰ পথত থকা নদী নাৱেৰে পাৰ হোৱাৰ সময়ত সংঘটিত হয় এই দুৰ্ঘটনা৷ এই ঘটনাত সন্ধানহীন হৈ আছে দুজনকৈ লোক ৷ লোকদুজনৰ নাম অনন্ত কলিতা, তৰুন কলিতা৷ লোক দুজনৰ ঘৰ ছিপাঝাৰ সমষ্টিৰ হাজৰিকাপাৰাত৷ আজি পুৱাৰ পৰা ডুবাৰু বাহিনীয়ে উদ্ধাৰ অভিযান চলায় আছে যদিও কোনো সন্ধান পোৱা নাই লোক দুজনৰ ৷ এই কছাৰীঝাৰ ঘাটত বহু বছৰ আগৰ পৰা ৰাইজে বিপদজনক ভাবে যাতায়ত কৰি আহিছিল ৷ ৰাইজে চৰকাৰৰ ওচৰত স্থায়ী দলঙৰ বাবে বহুবাৰ দাবী কৰি আহিছিল যদিও আজিলৈ কোনো ব্যৱস্থা গ্ৰহন নকৰিলে বুলি উল্লেখ কৰে ৰাইজে ৷
দৰঙত নাও দুৰ্ঘটনা - accident
নাওঁ দুৰ্ঘটনাত দৰঙত সন্ধানহীন হৈ আছে দুজনকৈ লোক ৷ স্থায়ী দলং নিৰ্মানৰ দাৱী স্থানীয় ৰাইজৰ
দৰং, 3 আগষ্ট : দৰঙৰ কছাৰীঝাৰ ঘাটত নাওঁ দুৰ্ঘটনা ৷ শুকুৰবাৰে নিশা সংঘটিত হয় এই ঘটনা ৷ চাপৰিৰ পৰা খেতি সামৰি ঘৰলৈ উভতি অহাৰ পথত থকা নদী নাৱেৰে পাৰ হোৱাৰ সময়ত সংঘটিত হয় এই দুৰ্ঘটনা৷ এই ঘটনাত সন্ধানহীন হৈ আছে দুজনকৈ লোক ৷ লোকদুজনৰ নাম অনন্ত কলিতা, তৰুন কলিতা৷ লোক দুজনৰ ঘৰ ছিপাঝাৰ সমষ্টিৰ হাজৰিকাপাৰাত৷ আজি পুৱাৰ পৰা ডুবাৰু বাহিনীয়ে উদ্ধাৰ অভিযান চলায় আছে যদিও কোনো সন্ধান পোৱা নাই লোক দুজনৰ ৷ এই কছাৰীঝাৰ ঘাটত বহু বছৰ আগৰ পৰা ৰাইজে বিপদজনক ভাবে যাতায়ত কৰি আহিছিল ৷ ৰাইজে চৰকাৰৰ ওচৰত স্থায়ী দলঙৰ বাবে বহুবাৰ দাবী কৰি আহিছিল যদিও আজিলৈ কোনো ব্যৱস্থা গ্ৰহন নকৰিলে বুলি উল্লেখ কৰে ৰাইজে ৷
আজি পুৱাৰ পৰা ডুবাৰু বাহিনীয়ে উদ্ধাৰ অভিযান চলায় আছে যদিও কোনো সন্ধান পোৱা নাই লোক দুজনৰ ৷উল্লেখ যে এই কছাৰীঝাৰ ঘাটত বহু বছৰ আগৰ পৰা ৰাইজে বিপদজনক ভাবে যাতায়ত কৰি আহিছিল ৷
ৰাইজে চৰকাৰৰ ওচৰত স্থায়ী দলংৰ বাবে বহুবাৰ দাবী কৰি আহিছিল যদিও আজিলৈ কোনো ব্যৱস্থা গ্ৰহন নকৰিলে, ৷যাৰ বাবে ৰাইজ সকল ক্ষোভিত হৈ পৰিছে ৷
Byte_স্থানীয় লোকConclusion:দেবব্ৰত গোস্বামী