ETV Bharat / state

২২ জুলাইৰ পৰা কৰ'ণা মুক্ত হ'ব অসম !

কি হ’ব অসমৰ ভাগ্য চক্ৰ ! কেতিয়া ক’ৰণা মুক্ত হ’ব অসম ! কি ক’লে জ্যোতিষ ৰত্ন ৰাজীৱ শৰ্মাই !

Astrologer reaction on covid 19 darrang assam etv bharat news
কৰ’ণা মুক্ত হ’ব অসম
author img

By

Published : May 8, 2020, 5:35 PM IST

Updated : May 8, 2020, 6:06 PM IST

দৰং,8 মে’ঃ অসমৰ আগশাৰীৰ জ্যোতিষ ৰত্ন ৰাজীৱ শৰ্মাই ৰাজ্যৰ পৰিস্থিতি সন্দৰ্ভত শুকুৰবাৰে ভৱিষ্যতবাণী কৰে ৷ জ্যোতিষী গৰাকীৰ গণনা অনুসৰি, ২২ জুলাইৰ পৰা ক’ৰণা মুক্ত হ’ব অসম । ১৪ জুলাই মঙলবাৰৰ নিশা ১২.১৮ বজাৰ পৰা বৃহস্পতি বক্ৰি অৱস্থাত গ্ৰহ স্বগৃহত আহিব । উল্লেখ্য যে, অসমৰ ৰাশি কৰ্কট আৰু অসমৰ স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৰাশিও কৰ্কট । দুটা একে ৰাশিৰ মাজত সাধাৰণতে ৰাজযোটক হয় আৰু এয়া হ’লে প্ৰজাই শুভফল পায় । সেয়ে জ্যোতিষ শাস্ত্ৰবিদ ৰাজীৱ শৰ্মাৰ ভৱিষ্যতবাণী অনুসৰি ১৪ জুলাইৰ এসপ্তাহ পিছত অসম ক'ৰণা মুক্ত হ’ব ৷

কৰ’ণা মুক্ত হ’ব অসম

লগতে চাওকঃ ৰে'ড জ'নত পৰিণত হ'ব নেকি অসম !

Last Updated : May 8, 2020, 6:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.