ETV Bharat / state

বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ সৰ্ববৃহৎ মহাৰণ - ই ভি এমৰ বিসংগতি

বৃহস্পতিবাৰে অনুষ্ঠিত হয় দ্বিতীয় পৰ্যায়ৰ ভোটযুদ্ধ । অসমৰ মুঠ পাঁচোটা সমষ্টিত অনুষ্ঠিত হয় দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। মঙলদৈ, নগাঁও, কৰিমগঞ্জ, ডিফু আৰু শিলচৰৰ মুঠ ৫০ গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য বন্দী হ'ল ইভিএমত। ইয়াৰ মাজতে ৰাজ্যত বিভিন্ন স্থানত বিকল হ'ল ইভিএম, পলমকৈ অনুষ্ঠিত হ'ল ভোটদান প্ৰক্ৰিয়া।

বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ সৰ্ববৃহৎ মহাৰণ
author img

By

Published : Apr 19, 2019, 2:59 AM IST

পুৱাই ভোট দানৰ বাবে ওলাই অহা সাধাৰণ ৰাইজে এই ই ভি এমৰ বিসংগতিৰ বাবে ঘন্টা ঘন্টা জুৰি অপেক্ষা কৰিব লগীয়া হয় ভোটদানৰ বাবে । মঙলদৈৰ দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৮০, ৮১, ৮২নং ভোটকেন্দ্ৰকে ধৰি মুঠ ৮ টা ভোটকেন্দ্ৰত বিকল হয় ই ভি এম মেচিন,নগাঁৱৰ 238 নং ড0 ফাৰুক আব্দুলা মেম ভোট কেন্দ্ৰ নিজ নাৰিকলী 141 আৰু 142নং এম ই স্কুল ভোট কেন্দ্ৰকে ধৰি মুঠ ৭ টা ভোটকেন্দ্ৰত,কৰিমগঞ্জৰ ৭৪ নং ঘূলচাৰা মধ্য ইংৰাজী মাদ্ৰাছা ভোট গ্ৰহণ কেন্দ্ৰকে ধৰি মুঠ ৫টা ভোটকেন্দ্ৰত,সেইদৰে শিলচৰত ৰংপুৰ গাঁও পঞ্চায়তৰ ১নং চেন্টাৰৰ আৰকাটিপুৰ স্কুলৰ ভোটকেন্দ্ৰত ডিফু স্বায়ত্ব শাসিত পৰিষদৰ এটা ভোট কেন্দ্ৰত ই ভি এম মেচিনৰ বিসংগতি পৰিলক্ষিত হয় ।

gitasri
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.