ETV Bharat / state

দৰঙৰ দলগাঁৱত গাঞ্জাসহ আটক 3 যুৱক

আটকাধীন বেছিমাৰী পথাৰৰ জয়নুদ্দিন,আমছেৰ আলী আৰু ৩নং চিকনমাটিৰ সাদু আলি। আৰক্ষীয়ে ইতিমধ্যে সৰবৰাহকাৰী কেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷

দৰঙৰ দলগাঁৱত গাঞ্জা সহ আটক 3 যুৱক
author img

By

Published : May 25, 2019, 7:47 AM IST

দৰং,25 মেঃ দৰঙৰ দলগাঁৱৰ বেছিমাৰীৰ পৰা আৰক্ষীয়ে গাঞ্জাসহ আটক কৰে তিনি যুৱকক। তথ্য অনুসৰি গাঞ্জাখিনী পশ্চিমবংগৰ শিলিগুৰিলৈ প্ৰেৰণ কৰাৰ উদ্দেশ্যে বেছিমাৰী পেট্ৰল পাম্পৰ সন্মুখত ৰাষ্টীয় ঘাইপথত ৰৈ থকা অৱস্থাত দলগাঁও থানাৰ অন্তৰ্গত শিলবৰী আৰক্ষী চকীৰ দল এটাই অভিযান চলাই হাতে লোটে আটক কৰে গাঞ্জা সৰবৰাহকাৰী যুৱককেইজনক।

etv bharat assam
দৰঙৰ দলগাঁৱত গাঞ্জা সহ আটক 3 যুৱক

আটকাধীন কেইজন ক্ৰমে বেছিমাৰী পথাৰৰ জয়নুদ্দিন,আমছেৰ আলী আৰু ৩নং চিকনমাটিৰ সাদু আলি। আৰক্ষীয়ে ইতিমধ্যে সৰবৰাহকাৰী কেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে।

Intro:** দলঙৰ দলগাঁৱত গাঞ্জা সহ আটক তিনি জনক ।
** উদ্ধাৰ দুই বস্তা গাঞ্জা ।Body:Anchor =
দৰঙৰ দলগাঁৱৰ বেছিমাৰীৰ পৰা গাঞ্জা সহ আৰক্ষীয়ে আটক কৰে তিনি জনক । এটা চক্ৰই গাঞ্জা খিনি পশ্চিম বংগৰ শিলিগুৰিলৈ প্ৰেৰণ কৰাৰ উদ্দেশ্যে বেছিমাৰী পেট্ৰল পাম্পৰ সন্মুখত ৰাষ্টীয় ঘাইপথত ৰৈ থকা অবস্থাত দলগাও থানাৰ অন্তৰ্গত শিলবৰী আৰক্ষী চকীৰ দল এটাই অভিযান চলাই হাতে লোটে আটক কৰে গাঞ্জা সৰবৰাহকাৰী তিনিজনক ।আটকাধীন কেইজন হল বেছিমাৰী পথাৰৰ জয়নুদ্দিন ,আমছেৰ আলী আৰু ৩ নং চিকনমাটিৰ সাদু আলি ।Conclusion:আৰক্ষীয়ে তিনি সৰবৰাহকাৰীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে ।

আব্দুল হাকিম
দলগাও ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.