ETV Bharat / state

দৰঙৰ পিপৰা দোকানত ভয়ংকৰ পথ দুৰ্ঘটনা

author img

By

Published : Mar 4, 2020, 1:46 PM IST

দৰংৰ পিপৰা দোকানত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ গুৰুতৰভাৱে আহত হয় বাহন খনত থকা 8 গৰাকীকৈ যাত্ৰী ৷

Accident in Piporadukan of Darrang district
দৰঙৰ পিপৰা দোকানত ভয়ংকৰ পথ দুৰ্ঘটনা

দৰং,4 মাৰ্চ: দৰঙৰ পিপৰা দোকানত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই দ' খাৱৈত বাগৰি পৰিল এখন মেষ্কিমো বাহন ৷ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দ' খাৱৈত বাগৰি পৰিল AS-25 D5869 নম্বৰৰ মেষ্কিমো বাহনখন ৷

দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় বাহন খনত থকা 8 গৰাকীকৈ যাত্ৰী ৷

দৰঙৰ পিপৰা দোকানত ভয়ংকৰ পথ দুৰ্ঘটনা

ঘটনাৰ পাছতেই আহত লোক সকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে স্থানীয় ৰাইজে ৷ আহত সকল ক্ৰমে দীপজ্যোতি দাস, মইনুল হক, ৰিজুদ্দিন আহমেদ, আব্দুল জামাল, হৰেন্দ্ৰ কুমাৰ নাথ, চণ্ডিকা শইকীয়া, গীতা বৰা আৰু জীতেন নাথ বুলি চিনাক্ত কৰা হৈছে ৷

লগতে পঢ়ক: শ্বিলঙৰ ইষ্ট খাছী হিল জিলাত অব্যাহত সান্ধ্য আইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.