ETV Bharat / state

অভয়াপুৰী শংকৰদেৱ শিশু নিকেতনৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী

author img

By

Published : Jan 28, 2021, 7:51 PM IST

বৃহস্পতিবাৰে 25 বছৰ অৰ্থাৎ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে অভয়াপুৰী শংকৰদেৱ শিশু নিকেতনে ৷ বিভিন্ন কাৰ্যসূচীৰে নিকেতনখনত উদযাপন কৰা হয় ৰূপালী জয়ন্তী অনুষ্ঠান ৷

silver juiblee of sankardev sishu vidya niketan abhayapuri
অভয়াপুৰী শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তী

চিৰাং,28 জানুৱাৰী : বঙাইগাঁও জিলাৰ অভয়াপুৰী শংকৰদেৱ শিশু নিকেতনৰ গৌৰৱাজ্জ্বল ৰূপালী জয়ন্তীৰ কাৰ্যসূচীৰ শুভাৰম্ভ হৈছে । বৃহস্পতিবাৰে উদুলি-মুদুলি হৈ পৰে নিকেতনৰ পদূলি ৷

বৰ্তমান অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ উপৰিও ৰূপালী জয়ন্তী অনুষ্ঠানত ভাগ লয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলো ৷ পুৱাৰ ভাগত 25 খন পতাকা উত্তোলন কৰে বিদ্যালয়খনৰ সৈতে জড়িত 25 গৰাকী বিশিষ্ট ব্যক্তিয়ে ৷ ইয়াৰ পাচতে বিভিন্ন কাৰ্যসূচী ৰূপায়নৰ লগতে এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায় ছাত্ৰ-ছাত্ৰীসকলে ৷

উল্লেখ্য যে, কেৱল শিক্ষাৰ ক্ষেত্ৰতে নহয়, জিলাখনৰ সাহিত্য, সংস্কৃতি তথা ক্ৰীড়াৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে অভয়াপুৰী শংকৰদেৱ শিশু নিকেতনে ৷

লগতে পঢ়ক : বানপানীত ক্ষতিগ্ৰস্ত কৃষকৰ ক্ষতিপূৰণৰ দাবীৰে উত্তাল হাইলাকান্দিৰ ৰাজপথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.