ETV Bharat / state

লক্ষ্য নিৰ্বাচন: ছালাকাটি সমষ্টিৰ প্ৰাৰ্থী প্ৰক্ষেপ ইউ পি পি এলৰ - Press meet of UPPL in Chirang assam etv bharat news

সাম্ভাব্য বিটিচি নিৰ্বাচনক কেন্দ্ৰ কৰি পূৰ্বৰ প্ৰাৰ্থী হিতেশ কুমাৰ মুছাহাৰীৰ মৃত্যুৰ পিছত নতুন প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে ইউ পি পি এলে ৷ দলটোৰ সাধাৰণ সম্পাদক মাউতি ব্ৰহ্ম হাজোৱাৰীয়ে সংবাদমেলযোগে লাজু মুছাহাৰীক 12 নং ছালাকাটি সমষ্টিৰ ইউ পি পি এলৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰে ৷

Press meet of UPPL in Chirang assam etv bharat news
ইউপিপিএলৰ সংবাদমেল
author img

By

Published : Aug 30, 2020, 7:45 PM IST

চিৰাং,30 আগষ্ট: নিৰ্বাচনক কেন্দ্ৰ কৰি উথপথপ বিটিচি ৷ সেয়ে দেওবাৰে চিৰাঙত ৰাজনৈতিক দল ইউ পি পি এলে সম্বোধন কৰে এক সংবাদমেল ৷ সংবাদমেলত বি টি চিৰ 12 নং ছালাকাটি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰে ইউ পি পি এল দলটোৱে । পূৰ্বৰ প্ৰাৰ্থী হিতেশ কুমাৰ মুছাহাৰীৰ মৃত্যুৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰে দলটোৱে । কৰ’ণা ভাইৰাছৰ বাবে স্থগিত বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে ছালাকাটি সমষ্টিত ইউ পি পি এলৰ প্ৰাৰ্থী নথকাত ৰাজ‍্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি দেওবাৰে দলৰ সাধাৰণ সম্পাদক তথা 13 নং চিৰাং পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী মাউতি ব্ৰহ্ম হাজোৱাৰীয়ে সংবাদমেলযোগে আনুষ্ঠানিকভাৱে হিতেশ মুছাহাৰীৰ পুত্ৰ লাজু মুছাহাৰীক 12 নং ছালাকাটি সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে ৷

ইউপিপিএলৰ সংবাদমেল

লগতে চাওকঃ বন্যহস্তীৰ আক্ৰমণত নিহত এজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.