ETV Bharat / state

চিৰাঙত মৃত বাঘৰ পোৱালি উদ্ধাৰ

বিজনীত উদ্ধাৰ হয় এটা মৃত লতামাকৰি বাঘৰ পোৱালি। বিজনীৰ মনেশ্বৰীৰ ৰাজাৰ পুল অঞ্চলত ৰে'ল লাইনৰ কাষতে উদ্ধাৰ হয় বাঘৰ পোৱালিটো ।

author img

By

Published : Jun 2, 2020, 7:46 PM IST

ETV BHARAT
চিৰাঙত মৃত বাঘৰ পোৱালি উদ্ধাৰ

চিৰাং, 2 জুনঃ চিৰাং জিলাৰ বিজনীত লতা মাকৰি বাঘৰ পোৱালিৰ মৃত দেহ উদ্ধাৰ । ৰে'ল লাইনৰ কাষতে উদ্ধাৰ হয় বাঘৰ পোৱালিটো ।

One Leopard dead body recovered At Chirang
চিৰাঙত মৃত বাঘৰ পোৱালি উদ্ধাৰ

চিৰাঙৰ বিজনীত মঙলবাৰে বিয়লি উদ্ধাৰ হয় এটা লতামাকৰি বাঘৰ পোৱালিৰ মৃতদেহ । বিজনীৰ মনেশ্বৰীৰ ৰাজাৰ পুল অঞ্চলত ৰে'ল লাইনৰ কাষতে উদ্ধাৰ হয় বাঘৰ পোৱালিটো । উল্লেখ্য যে, বহু দিনৰে পৰা মাকৰ সতে পোৱালীটো ঘুৰি ফুৰা বুলি স্থানীয় লোকে প্ৰত্যক্ষ কৰিছিল৷ কিন্ত পোৱালীটোৰ মাকজনী দেখিবলৈ পোৱা নাই যদিও পোৱালীটোৰ মৃতদেহ উদ্ধাৰ হৈছে । বাঘটো ক'ৰ পৰা আহিছিল আৰু কি দৰে মৃত্য হ'ল সেয়া এতিয়াও ৰহস্যজনক হৈ আছে । আনহাতে, ঘটনস্থলীত বৰ্তমানেও বন বিভাগৰ লোক উপস্থিত নোহোৱা বুলি সাংবাদিকৰ পৰা জানিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক- তেজপুৰত স্বাস্থ্যৰ ক্ষোভৰ বহিঃপ্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.