ETV Bharat / state

চিৰাঙৰ ছিদলীৰ বক্ৰ নদীৰ পাৰত উদ্ধাৰ এটি শিশুৰ মৃতদেহ

ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ

কণমানি শিশুক ধৰ্ষণ কৰি হত‍্যা
author img

By

Published : Mar 14, 2019, 12:18 PM IST

চিৰাং , ১৪ মাৰ্চ : চিৰাং জিলাৰ ছিদলীত সংঘটিত হয় এক জঘন্য কাণ্ড । বৃহস্পতিবাৰে চিদলী বক্ৰ নদীৰ পাৰত সম্পুৰ্ণ নাঙঠ অৱস্থাত এটি কণমানি শিশুৰ মৃতদেহ উদ্ধাৰ হয় । শিশুটিৰ মৃতদেহটো প্ৰত্যক্ষ কৰি ধৰ্ষণ কৰি হত‍্যা কৰাৰ সন্দেহ কৰে স্থানীয় লোকে ।

কণমানি শিশুক ধৰ্ষণ কৰি হত‍্যা

তথ্য অনুসৰি আইতাকৰ সৈতে বাস কৰিছিল কণমানি শিশুটিয়ে । ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰা বৃদ্ধা গৰাকীয়ে বুধবাৰে ভিক্ষা কৰিবলৈ গৈ বিয়লি ঘৰলৈ উভতি অহাৰ পাচত শিশুটিক ঘৰত বিচাৰি নাপাই চিদলী থানাত অৱগত কৰে । অৱশেষত আজি পুৱা চিদলী বক্ৰ নদীৰ পাৰত নাঙঠ অৱস্থাত উদ্ধাৰ হয় শিশুটিৰ মৃতদেহ । মৃতদেহটোৰ কিছু দুৰত শিশুটিৰ বস্ত্ৰ উদ্ধাৰ হয় । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

Intro:চিৰাঙৰ ছিদলীত কন মানি চাৰি বছৰীয়া শিশু ছোৱালীক ধৰ্ষন কৰি হত‍্যা । এয়া চিদলী থানাৰ পৰা মাত্ৰ এশ মিটাৰ দুৰত্বত চিদলী বক্ৰ নদীৰ পাৰত পৰি আছে মৃতদেহ । এগৰাকি আদীবাসী আইতাই ভিক্ষা কৰি খুজি মাগি খায় তেখেতে প্ৰতিদিনৰ দৰে কালিও ভিক্ষা কৰিবলৈ গৈছিল আৰু কনমানি ঘৰত আছিল । সন্ধীয়াৰ আগে আগে আইতা ঘৰত আহি নিজৰ নাতি জনীক বিচাৰি পোৱা নাছিল তেতিয়াই চিদলী থানাত অৱগত কৰিছিল আৰু সকলোয়ে মিলি বিচাৰিছিল । কিন্ত আজি ৰাতিপুৱা চিদলীৰ এই বক্ৰ নদীৰ পাৰত মৃতদেহ উদ্ধাৰ হয় । মৃতদেহৰ কিছু দুৰত কনমানি জনীৰ পিন্ধনৰ কাপোৰ কানি উদ্ধাৰ হয় । সম্পুৰ্ণ নাঙঠ অৱস্থাত উদ্ধাৰ হয় মৃতদেহ । মৃতদেহ দেখি সকলোৱে প্ৰাথমিক ভাৱে সন্দেহ কৰিছে ধৰ্ষন কৰি হত‍্যা কৰা বুলি । আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । দণ্ডাধিশ আহি উপস্থিত হোৱা নাই এতিয়াও ।

বাইট : সদৌ চাউতাল ছাত্ৰ সন্থা আৰু আক্ৰাছুৰ চিৰাং জিলা সভাপতি আৰু আৰক্ষীৰ বাইট দিলো ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

Body:বাইট : সদৌ চাউতাল ছাত্ৰ সন্থা আৰু আক্ৰাছুৰ চিৰাং জিলা সভাপতি আৰু আৰক্ষীৰ বাইট দিলো ।

Conclusion:আজি ৰাতিপুৱা চিদলীৰ এই বক্ৰ নদীৰ পাৰত মৃতদেহ উদ্ধাৰ হয় । মৃতদেহৰ কিছু দুৰত কনমানি জনীৰ পিন্ধনৰ কাপোৰ কানি উদ্ধাৰ হয় । সম্পুৰ্ণ নাঙঠ অৱস্থাত উদ্ধাৰ হয় মৃতদেহ । মৃতদেহ দেখি সকলোৱে প্ৰাথমিক ভাৱে সন্দেহ কৰিছে ধৰ্ষন কৰি হত‍্যা কৰা বুলি । আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । দণ্ডাধিশ আহি উপস্থিত হোৱা নাই এতিয়াও ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.