ETV Bharat / state

চিৰাঙত বন্যহস্তীৰ আক্ৰমণত নিহত শিশু

author img

By

Published : May 19, 2021, 1:46 PM IST

মঙলবাৰে নিশা চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ দেউশ্ৰীৰ বৰ্মনপাৰা ভেটলাং বস্তি আৰু আইপোৱালিত এটা হাতীৰ জাকে সংহাৰ চলায় ৷ গাঁও দুখনত বনৰীয়া হাতীয়ে চলোৱা আক্ৰমণত এটি কণমানিয়ে প্ৰাণ হেৰুৱায় ৷

Little one killed in wild elephant attack in chirang
চিৰাঙত বন্যহস্তীৰ আক্ৰমণত নিহত কণমানি

চিৰাং,19 মে': ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত ৷ জীৱশ্ৰেষ্ঠ মানৱে বনাঞ্চল ধ্বংস কৰাৰ ফলতে খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহে জাকে জাকে বনৰীয়া হাতী ৷ মঙলবাৰে নিশা চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ দেউশ্ৰীৰ বৰ্মনপাৰা ভেটলাং বস্তি আৰু আইপোৱালিত হাতীৰ এটা জাকে সংহাৰ চলাই ধ্বংস কৰে মানুহৰ বাসগৃহৰ লগতে বহু সম্পত্তি ধ্বংস কৰে ৷

চিৰাঙত বন্যহস্তীৰ আক্ৰমণত নিহত কণমানি

গাঁও দুখনত বনৰীয়া হাতীয়ে চলোৱা আক্ৰমণত ভেটলাং বস্তিৰ সঞ্জীৱ লাক্ৰা নামৰ লোকজনৰ তিনি বছৰীয়া কন্যা অনুষ্কা লাক্ৰাৰ মৃত্যু হয় ৷ অঞ্চলটোত হাতী-মানুহৰ সংঘাতৰ ফলত ইয়াৰ পূৰ্বেও বহু কেইজন লোকৰ মৃত্যু হৈছিল ৷ এই বিষয়ত বন বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়ক: মানাহ ৰাষ্ট্ৰীয় উদ্যানত গাভিনী গঁড়ৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.