ETV Bharat / state

চিৰাঙতো পৰিল নেকি ফেনীৰ প্ৰভাৱ ! - etv bharat

ক্ষতিপূৰণৰ দাবী ক্ষতিগ্ৰস্ত লোকৰ ৷ নিশা অহা এজাক ধুমুহাত সাধাৰণ জনতাই নিশাই নিজ ঘৰ এৰি আন ঠাইত আশ্ৰয় ল'বলগা পৰিস্থিতিৰ সৃষ্টি হয় ৷

চিৰাঙতো পৰিল নেকি ফেনীৰ প্ৰভাৱ !
author img

By

Published : May 6, 2019, 4:31 PM IST

চিৰাং, ৬ মে': চিৰাং জিলাৰ কেইবাখনো গাঁৱত ধুমুহাৰ তাণ্ডৱ। দেওবাৰে নিশা অহা ধুমুহাত ঘৰ-দুৱাৰ, গছ-গছনিৰ লগতে চৰকাৰী শৌচালয়ো ৰক্ষা নাপালে ধুমুহাৰ তাণ্ডৱৰ পৰা। ফেনীৰ প্ৰভাৱে জিলাখনৰ গাঁৱসমূহত বৃহৎ ক্ষতিসাধন কৰে ৷

চিৰাঙতো পৰিল নেকি ফেনীৰ প্ৰভাৱ !

জিলাখনৰ বিৰ গাঁও, পশ্চিম জাউলীয়াবাৰী, বালাপাৰা আৰু ভুটীয়াপাৰাত দেওবাৰে নিশা তীব্ৰগতিত অহা বৰষুণ-ধুমুহা, বতাহে ঘৰ-বাৰী,গছ-গছনি আৰু চৰকাৰী শৌচালয় আদি ক্ষতিসাধন কৰে। সাধাৰণ জনতাই নিশাই নিজ ঘৰ এৰি আন ঠাইত আশ্ৰয় ল'বলগা পৰিস্থিতিৰ সৃষ্টি হয় । ইফালে এই ঘটনাৰ পিচতে গাঁৱৰ বাসিন্দাসকলে শীঘ্ৰে উপযুক্ত ক্ষতিপূৰণ দিয়াৰ বাবে চৰকাৰক দাবী জনায়।

Slug : As_Chg_6th may_809 & 810 _Chirang cyclone destroy_vis & byte_Abdul Maleque Ahmed. 

Viz send by ftp. 

 চিৰাং জিলা বহু কেইখন গাওঁত ধুমুহাৰ তাণ্ডৱ । ঘৰ-দুৱাৰ, গছ-গছনিৰ লগতে চৰকাৰী শৌচালয়ো ৰেহাই নাপালে ধুমুহাৰ তাণ্ডৱৰ পৰা যোৱা নিশা চিৰাং জিলাৰ বহু কেইখন গাওঁত ধুমুহা-বৰষুণৰ তাণ্ডৱ পৰিলক্ষিত হয় । 
এয়া যেন ফনিৰ প্ৰভাৱে গাওঁসমুহত বৃহৎ ক্ষতিসাধন কৰিছে বুলি একাংশ লোকে ধাৰনা কৰিছে। জিলাখনৰ বিৰ গাওঁ, পশ্চিম জাউলীয়াবাৰী, বালাপাৰা আৰু ভুটীয়াপাৰাত যোৱা নিশাৰ তীব্ৰগতিত অহা বৰষুন-ধুমুহা, বতাহে ঘৰ-বাৰী,গছ-গছনি আৰু চৰকাৰী শৌচালয়ৰ বৃহৎ ক্ষতিসাধন কৰে। সাধাৰণ জনতাই ৰাতিয়ে নিজ ঘৰ এৰি আনৰ ঘৰত আশ্ৰয় লবলগা হৈছে। ঘৰৰ গৰাকি সকলৰ  দাবী চৰকাৰে আমাক উপযুক্ত ক্ষতিপূৰণ অতি শীঘ্ৰে প্ৰদান কৰিব লাগে। একেদৰেই জিলাখনৰ কদমতলি,চিদলী, সুন্দৰি,কাজলগাঁও আদি বিভিন্ন ঠাইত ধুমুহা বৰষুনে ব্যাপক ক্ষতিসাধন কৰিছে । 

বাইট : ভূক্তভোগি লোকৰ বাইট দিলো । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.