ETV Bharat / state

চিৰাঙত প্ৰথমবাৰৰ বাবে আৰম্ভ মহিলাৰে পৰিচালিত "সখী ভোটগ্ৰহণ কেন্দ্ৰ" - চিৰাং

মঙলবাৰে ৰাজ্যত অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ৰাজ্যৰ আন ঠাইৰ লগতে চিৰাঙটো এইমূহুৰ্তলৈকে শান্তিপূৰ্ণভাৱে চলি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷

ভোটদানৰ বাবে অহা এগৰাকী সক্ষম লোক
author img

By

Published : Apr 23, 2019, 1:25 PM IST

চিৰাং, 23এপ্ৰিলঃ চিৰাঙৰ চিদলী কাশিকত্ৰা হায়াৰ ছেকণ্ডাৰী স্কুলত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা হয় জিলাখনৰ একমাত্ৰ মহিলাৰে পৰিচালিত "সখী ভোটগ্ৰহণ কেন্দ্ৰ"। এই মহিলা ভোটগ্ৰহণ কেন্দ্ৰটোত দিনৰ ১২ বজালৈকে ৪০% ভোটগ্ৰহণ হোৱাৰ তথ্য জনায় প্ৰিজাইডিং বিষয়াগৰাকীয়ে । ইপিনে চিৰাঙৰ আৰক্ষী অধিক্ষক সুধাকৰ সিঙে জিলাখনৰ কোকৰাঝাৰ লোকসভা সমষ্টি আৰু বৰপেটা লোকসভা সমষ্টিৰ বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰ ভ্ৰমণ কৰি শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি থকাৰ বিষয়ে সাংবাদিকৰ আগত মন্তব্য কৰে ৷

চিৰাঙত প্ৰথমবাৰৰ বাবে আৰম্ভ মহিলাৰে পৰিচালিত "সখী ভোটগ্ৰহণ কেন্দ্ৰ"

Intro:চিৰাঙৰ চিদলী কাশিকত্ৰা হায়াৰ ছেকণ্ডাৰী স্কুলত চিৰাং জিলাৰ এক মাত্ৰ মহিলাৰ ভোটগ্ৰহন কেন্দ্ৰ " সখি ভোটগ্ৰহন কেন্দ্ৰ" । জিলাখনত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা এক মাত্ৰ মহিলা ভোটগ্ৰহন কেন্দ্ৰখনত দিনৰ ১২ বজালৈ ৪০% ভোটগ্ৰহন হোৱাৰ তথ‍্য জনালে প্ৰিজাইডিং বিষয়া জনে ।

বাইট : মহিলা প্ৰিজাইডিং বিষয়া ।

চিৰাং জিলা আৰক্ষি অধিক্ষক সুধাকৰ সিঙে জিলাখনৰ কোকৰাঝাৰ লোক সভা সমষ্টি আৰু বৰপেটা লোকসভা সমষ্টিৰ বিভিন্ন ভোট গ্ৰহন কেন্দ্ৰ ভ্ৰমন কৰে । আৰক্ষী অধিক্ষক জনে জনায় জিলাখনত এতিয়ালৈকে শান্তিপূৰ্ণ ভাৱেই চলিছে ভোটগ্ৰহন । কোনো ধৰনৰ অপ্ৰিতিকৰ ঘটনা সংঘটিত হোৱা নাই চিৰাং জিলাত ।

বাইট : সুধাকৰ সিং , চিৰাং জিলা আৰক্ষী অধিক্ষক।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:বাইট : মহিলা প্ৰিজাইডিং বিষয়া ।

বাইট : সুধাকৰ সিং , চিৰাং জিলা আৰক্ষী অধিক্ষক।

Conclusion:চিৰাং জিলা আৰক্ষি অধিক্ষক সুধাকৰ সিঙে জিলাখনৰ কোকৰাঝাৰ লোক সভা সমষ্টি আৰু বৰপেটা লোকসভা সমষ্টিৰ বিভিন্ন ভোট গ্ৰহন কেন্দ্ৰ ভ্ৰমন কৰে । আৰক্ষী অধিক্ষক জনে জনায় জিলাখনত এতিয়ালৈকে শান্তিপূৰ্ণ ভাৱেই চলিছে ভোটগ্ৰহন । কোনো ধৰনৰ অপ্ৰিতিকৰ ঘটনা সংঘটিত হোৱা নাই চিৰাং জিলাত ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.