ETV Bharat / state

চিৰাঙত ভোটগণনা উপলক্ষে পৰ্যবেক্ষক উপস্থিত

কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৩১ নং চিদলী(জনজাতি) বিধান সভা সমষ্টিৰ ভোটগণনাৰ প্ৰস্তুতিৰ পৰ্যবেক্ষণৰ বাবে চিৰাঙত আহি উপস্থিত হৈছে বদেনো এচ কলো, এনচিএচ

চিৰাঙত ভোটগণনা উপলক্ষে পৰ্যবেক্ষক উপস্থিত
author img

By

Published : May 21, 2019, 10:18 PM IST

চিৰাং,21 মে’: চিৰাঙৰ চিদলী বিধান সভা সমষ্টিৰ ভোটগণনা উপলক্ষে পৰ্যবেক্ষক উপস্থিত । কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৩১ নং চিদলী(জনজাতি) বিধান সভা সমষ্টিৰ ভোটগণনাৰ প্ৰস্তুতিৰ পৰ্যবেক্ষণৰ বাবে চিৰাঙত আহি উপস্থিত হৈছে বদেনো এচ কলো, এনচিএচ । ভোটগণনা উপলক্ষে সকলো বিষয় সাঙুৰি পৰ্যবেক্ষক জনে জিলা প্ৰশাসনৰ সৈতে আলোচনাত মিলিত হয় মঙলবাৰে ।

Slug : As_Chg_21st May_808_Chirang Sidli LAC observer meeting_viz_Abdul Maleque Ahmed. 

Send by mail. 

চিৰাঙৰ চিদলী বিধান সভা সমষ্ঠীৰ ভোটগণনা উপলক্ষে পৰ্যবেক্ষক উপস্থিত । কোকৰাঝাৰ লোকসভা সমষ্টীৰ অন্তৰ্গত ৩১ নং চিদলী(জনজাতি) বিধান সভা সমষ্ঠীৰ ভোটগণনাৰ প্ৰস্থুতিৰ পৰ্যবেক্ষনৰ বাবে চিৰাঙত আহি উপস্থিত হৈছে বদেনো এচ কলো, এনচিএচ । ভোটগণনা উপলক্ষে সকলো বিষয় সাঙুৰি পৰ্যবেক্ষক জনে জিলা প্ৰশাসনৰ সৈতে আলোচনাত মিলিত হয় আজি । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.