চিৰাং,10 আগষ্ট : স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান দিন ৷ এই দিৱসৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে চিৰাং জিলাত ৷ জিলাখনত নিয়োজিত থকা আৰক্ষী, অৰ্ধসামৰিক বাহিনীয়ে প্ৰতিটো পথতে আৰম্ভ কৰিছে তালাচী ৷ জিলাখনত যাতে উগ্ৰপন্থি সংগঠনসমুহে কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবেও নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ কথা জনায় চিৰাং জিলা আৰক্ষী অধিক্ষক সুধাকৰ সিঙে ৷
স্বাধীনতা দিৱসৰ বাবে আৰক্ষীয়ে আৰম্ভ কৰিছে তালাচী - chirang police
স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ সময়তে চিৰাং জিলাৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তালাচী ৷
স্বাধীনতা দিৱসৰ বাবে আৰক্ষীয়ে আৰম্ভ কৰিছে তালাচী
চিৰাং,10 আগষ্ট : স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান দিন ৷ এই দিৱসৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে চিৰাং জিলাত ৷ জিলাখনত নিয়োজিত থকা আৰক্ষী, অৰ্ধসামৰিক বাহিনীয়ে প্ৰতিটো পথতে আৰম্ভ কৰিছে তালাচী ৷ জিলাখনত যাতে উগ্ৰপন্থি সংগঠনসমুহে কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবেও নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ কথা জনায় চিৰাং জিলা আৰক্ষী অধিক্ষক সুধাকৰ সিঙে ৷
Intro:আগন্তক স্বাধীনতা দিৱস উপলক্ষে কটকটীয়া কতি তুলিছে চিৰাং জিলাৰ নিৰাপত্তা ব্যৱস্থা ।
Body:স্বাধীনতা দিৱস চমু চাপি অহাৰ লগে লগে চিৰাং জিলাৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা পৰিলক্ষিত হৈছে । জিলা খনত নিয়োজিত থকা আৰক্ষী, অৰ্ধসামৰিক বাহিনী, সেনাই সৰ্বত্ৰে চেকিঙৰ ব্যৱস্থা কৰাৰ লগে লগেই টহলদাৰী ব্যৱস্থাও শক্তিশালী কৰি তুলিছে । স্বাধীনতা দিৱস বা তাৰ আগে পিচে যাতে জিলাখনত কোনো ধৰনৰ অপ্ৰিতিকৰ পৰিৱেশৰ সৃষ্টী কৰিব নোৱাৰে উগ্ৰপন্থি সংগঠন সমুহে সেই বিষয়ে তৎপৰতাৰে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ কথা জনায় চিৰাং জিলা আৰক্ষী অধিক্ষক সুধাকৰ সিঙে ।
বাইট : সুধাকৰ সিং,জিলা আৰক্ষী অধিক্ষক ।
Conclusion: চিৰাং জিলাখন এন ডি এফ বি (ছা) অধ্যুশিতজিলা হিচাবে ইতিমধ্যেই চিনাক্ত হৈছে । জিলাখনৰ ভাৰত-ভূটান সীমান্ত অঞ্চলৰ গভীৰ অৰন্যত এন ডি এফ বি (ছা), আলফা, কে এল অ কে আদি কৰি কেবাটাও উগ্ৰপন্থি সংগঠনৰ তৎপৰতা থকাৰো উমান পোৱা বুলি সেনা-আৰক্ষী তথা চোৰাংচোৱা তথ্যত প্ৰকাশ পাইছে । সেয়ে লক্ষ্যনীয় হব যে সেনা-আৰক্ষীয়ে তৎপৰতাৰে কিমান সুন্দৰ তথা দুস্থ ভাৱে জিলাখনত কোনো ধৰনৰ অপ্ৰপিতিকৰ ঘটনা সংঘটিত নোহোৱাকৈ স্বাধীনতা দিৱস উদযাপন কৰিব পাৰে সেয়াহে ।
চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।